অনুশীলনী-7(A)
1. ভগ্নাংশ আকাৰত লিখাঁ।
i) 7÷ 13 ii) 13÷13 iii) 23÷23 iv) 20÷50
v) 7 ভাগৰ4 vi)13ভাগৰ 7 vii)দুই চতুৰ্থাংশ viii) চাৰি সপ্তামাংশ।
উত্তৰঃ
i) 7÷13
= 7/13
ii) 13÷13
= 13/13
iii) 23÷23
= 23/23
= 1
iv) 20÷50
=20/50
=2/5
v) 7 ভাগৰ 4
= 4/7
vi) 13 ভাগৰ 7
= 7/13
vii) এক তৃতীয়াংশ
= 1/3
viii) চাৰি সপ্তাংশ
= 4/7
2) খালী ঠাই পূৰ কৰা –
উত্তৰঃ
i) 5 টা মাৰ্বল 13 টা মাৰ্বলৰ পাচ ত্ৰেৰাংশ অংশ।
ii)50 পইচা 1 এটকাৰ এক দ্বিতীয়াংশ অংশ।
iii) 25 মিনিট 1 ঘন্টাৰ দুই বাৰ অংশ।
iv)275 গ্ৰাম 1 কিঃ গ্ৰামৰ এঘাৰ চল্লিচ অংশ।
3) মান নিৰ্ণয় কৰা।
i) 6 ডাল পেঞ্চিলৰ 1/2 অংশ
উত্তৰঃ 3 ূু
ii) 1 লিটাৰৰ 1/5 অংশ
উত্তৰঃ 20
iii)143 ছেকেণ্ডৰ 1/11 অংশ
উত্তৰঃ 13
iv)250 জন মানুহৰ 7/25 ভাগ
উত্তৰঃ 70
v)500 গ্ৰামৰ তিনি পঞ্চমাংশ।
উত্তৰঃ 300
Post ID: DABP002227