অনুশীলনী-5( c )
1. তলৰ সংখ্যাবোৰক মৌলিক উৎপাদকত প্ৰকাশ কৰা।
i) 30 ii)42 iii) 471 iv) 120
উত্তৰঃ
i)
ஃ 30 = 2 X 2 X 3 X 5
ஃ মৌলিক উৎপাদকবোৰ হৈছে – 2, 3, 5
ii)
ஃ 42 = 2 X 3 X 7
ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 7
iii)
ஃ 471 = 3 × 157
ஃ মৌলিক উৎপাদকবোৰ = 3 X 157
iv)
ஃ 120 = 2 X 2 X 2 X 3 X 5
ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 5
v)
ஃ 175 = 5 X 5 X 7
ஃ মৌলিক উৎপাদকবোৰ = 5, 7
vi)
ஃ 6552 = 2 X 2 X 2 X 3 X 3 X 7 X 13
ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 7, 13
vii) 3 X 12 = 36
ஃ 3 X 12 = 3 X 2 X 2 X 3
ஃ মৌলিক উৎপাদকবোৰ = 2, 3
viii) 5 X 12 X 9
ஃ 5 X 12 X 9 = 2 X 3 X 3 X 3 X 2 X 5
ஃ মৌলিক উৎপাদকবোৰ = 2, 3, 5
2) মৌলিক উৎপাদক উলিওৱা
i)51 ii)92 iii)72 iv)310
v)117 vi) 627
উত্তৰ ঃ
i) 51
ஃ 51 = 3 X 17
ஃ মৌলিক উৎপাদকবোৰ = 3, 17
ii) 92
ஃ মৌলিক উৎপাদকবোৰ = 2, 23
iii) 72
ஃ মৌলিক উৎপাদকবোৰ = 2, 3
iv) 121
ஃ মৌলিক উৎপাদকবোৰ = 11
v) 117
ஃ মৌলিক উৎপাদকবোৰ = 3, 13
vi) 627
ஃ মৌলিৰ উৎপাদকবোৰ = 3, 209
3. পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি আটাইতকৈ সৰু মৌলিক উৎপাদকটো লিখা।
i) 45 ii)135 iii) 210 iv) 121
v) 117 vi 627
উত্তৰ ঃ
i) 45
ஃ সৰু মৌলিক উৎপদকটো = 3
ii) 135
ஃ আটাইতকৈ সৰু মৌলিক সংখ্যাটো = 3
iii) 210
ஃ আটাইতকৈ সৰু মৌলিক সংখ্যাটো = 2
iv) 121
ஃ আটাইতকৈ সৰু মৌলিক উৎপাদকটো = 11
v) 71
ஃ 71 টো হৈছে এটা মৌলিক সংখ্যা । গতিকে ইয়াৰ কোনো 1 ৰ বাহিৰে উৎপাদক নাই ।
vi ) 2004
ஃ আটাইতকৈ সৰু মৌলিক সংখ্যাটো = 2
4. তলত দিয়া সংখ্যাবোৰ খালীঠাইত উপযুক্ত উৎপাদক বহোৱা –
i) 16 = 2 X 2 X 2 __
ii) 63 = __ X 3 X 7
iii) 37 = 1 X __
iv) 105 = 3 X __ X 7
v) 124 = 4 X __
vi) 7 X 57 =7 X __ X __
উত্তৰঃ
i) 16 = 2 X 2 X 2 X 2
ii) 63 = 3 X 3 X 7
iii) 37 = 1 X 37
iv) 105 = 3 X 5 X 7
v) 124 = 4 X 31
vi) 7 X 57 = 7 X 3 X 19
5. a) দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটোৰ মৌলিক উৎপাদক উলিওৱা –
উত্তৰ ঃ দুটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে – 99
99 = 3 X 3 X 11
b) তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটোক পূণ উৎপাদকত প্ৰকাশ কৰা –
উত্তৰঃ তিনিতা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হাছে – 100
100 = 2 X 5 X 5
Post ID : DABP004873