অনুশীলনী- 4( A)
1.বিভাজ্যতাৰ নিয়ম ব্যৱহাৰ কৰি তলত দিয়াবোৰ বিভাজ্য হয় নে নহয় নিৰ্ণয় কৰা-
সংখ্যা | বিভাজিত সংখ্যা | ||||||||||
216 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 13 |
128 | হয় | হয় | হয় | নহয় | হয় | নহয় | হয় | হয় | নহয় | নহয় | নহয় |
990 | |||||||||||
1586 | |||||||||||
9138 | |||||||||||
639210 | |||||||||||
275 | |||||||||||
1000 | |||||||||||
7848414 | |||||||||||
2040831 | |||||||||||
429714 |
2.বিভাজ্যতাৰ নিয়ম ব্যৱহাৰ কৰি কোনবোৰ 2 ৰে,4ৰে আৰু 8ৰে বিভাজ্য নিৰ্ণয় কৰা-
a) 100 b) 328 c) 523 d) 572
e) 730 f) 5500 g)12150 h) 14560
i)726352 j) 7145 k) 6000 l) 21084
3) কোনবোৰ 6 ৰে বিভাজ্য নিৰ্ণয় কৰা-
a) 38 b) 726 c) 6245 d) 4338
e)901352 f) 297144
4) কোনবোৰ11 ৰে বিভাজ্য নিৰ্ণয় কৰা-
a) 121 b)273 c) 627 d)5445
e) 7128965 f) 39367865
6) 100 ৰ পৰা 200 লৈ থকা সংখ্যাবোৰ 5 ৰে 10 ৰে বিভাজ্য সংখ্যাবোৰ তালিকা প্ৰস্তুত কৰা।
7) খালী ঠাইত কি কি অংক বহুৱালে সংখ্যাটো 3 ৰে 10 ৰে বিভাজ্য হ’ব ?
a)12- b) 10-3 c) 73-5-2
d) 12924- e) -6724
8.খালী ঠাইত কি কি অংক বহুওৱা যাতে সংখ্যাটো 11 ৰে বিভাজ্য হয় ?
a) ____ 6724 b) 1-67 c) 849-84
d) 12324-2
9) খালী ঠাইত কি কি অংক বহুৱালে সংখ্যাটো 6 ৰে বিভাজ্য হয়?
a) 423- b)1-67 c) 849-84
d)9072-
10) 9 ৰে বিভাজ্য হ’বলৈ তলত দিয়া সংখ্যাবোৰৰ-চিনত সৰ্বনিম্ন অংক আৰু সৰ্ব্বোচ্চ অংক কি হ’ব লিখা-
a)-6724,b) 4765-2, c) 315-72, d)9072-
11) সত্য নে অসত্য লিখা (সত্য হলে T আৰু অসত্য হ’লে F লিখিবা)
a)3 আৰু 5ৰে বিভাজ্য সংখ্যাবোৰ 15 ৰেও বিভাজ্যবোৰ
b)4 ৰে বিভাজ্যবোৰ ৪ ৰেও বিভাজ্য।
c)7 ৰে দুবাৰ বিভাজ্য সংখ্যাবোৰ 4 ৰেও বিভাজ্য।
d)3 আৰু 6 ৰে বিভাজ্যবোৰ 9 ৰেও বিভাজ্য।
e) 7 ৰে দুবাৰ বিভাজ্য হ’লে সংখ্যাটো 49 ৰেও বিভাজ্য হ’ব।
12) দেখুওৱা যে দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল সদায় 2 ৰে বিভাজ্য। কাৰণটো কি ?(সংকেত-5
13) দেখুওৱা যে তিনিটা তিনিটা ক্ৰমিক সংখ্যাৰ পূৰণফল সদায় 6 ৰে বিভাজ্য।কাৰণটো কি?
14) যদি a আৰু b সংখ্যা দুটা c ৰে বিভাজ্য, তেন্তে দেখুওৱা যে (a+b) আৰু (a-b) ক c ৰে বিভাজ্য হ’ব।
15)191023 সংখ্যাটো 29 ৰে বিভাজ্য নে পৰীক্ষা কৰা।
16)203034 সংখ্যাটো 71 ৰে বিভাজ্য নে পৰীক্ষা কৰা।
17) 2