১। কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ইংৰাজী কিমান চনত হৈছিল ?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ইংৰাজী ১৮৯৮ চনত হৈছিল ।
২। কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ১৮৯৮ চনৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ যোৰহাটত ।
৩। আমদানি শব্দৰ অৰ্থ কি ?
উত্তৰঃ আন দেশৰ পৰা বস্তু অনা কাৰ্য ।
৪। কৃষ্ণকান্ত সন্দিকৈ দেৱে কিমান চনত অসম সাহিত্য় সভাৰ সভাপতি হয় ?
উত্তৰঃ ১৯৩৭ চনত ।
৫। প্ৰতিঘাত শব্দৰ অৰ্থ কি ?
উত্তৰঃ আঘাত পাই দিয়া আঘাত ।
৬। কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯৭৮ চনত অসম সাহিত্য় সভাত কি সন্মান গ্ৰহণ কৰে ?
উত্তৰঃ সদস্য় মহীয়ানসন্মাম গ্ৰহণ কৰে ।
৭। হেন্দোলনি শব্দৰ অৰ্থ কি ?
উত্তৰঃ হেন্দোলনি শব্দৰ অৰ্থ হ’ল দোলন, ওলমি লৰি থকা ।
৮। কৃষ্ণকান্ত সন্দিকৈ দেৱে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উঠে ?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত উঠে ।
৯। অভ্য়ুদয় শব্দৰ অৰ্থ কি ?
উত্তৰঃ অভ্য়ুদয় শব্দৰ অৰ্থ হ’ল উদয়, দেখা দিয়া ।
১০। কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯১৫ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা কি পৰীক্ষাৰ উত্তীৰ্ণ হয় ?
উত্তৰঃ আই এ পৰীক্ষাত উত্তীৰ্ণ হয় ।
১১। আহুকলীয়া শব্দৰ অৰ্থ কি ?
উত্তৰঃ আহুকলীয়া শব্দৰ অৰ্থ হ’ল আপদসংকুল, আমনিদায়ক ।
১২। কৃষ্ণকান্ত সন্দিকৈ দেৱে কিমান চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত সন্মানসহ বি এ পৰীক্ষাত কৃতকাৰ্যৰ লাভ কৰে ?
উত্তৰঃ ১৯১৭ চনত ।
১৩। নিৰ্জু শব্দৰ অৰ্থ কি ?
উত্তৰঃ নিৰ্জু শব্দৰ অৰ্থ হ’ল শান্ত ।
১৪। কৃষ্ণকান্ত সন্দিকৈ দেৱে ১৯১৯ চনত কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা সংস্কৃত বৈদিক শাখাৰ এম এ পৰীক্ষাত প্ৰথম শ্ৰেণী লৈ কলৈ যাত্ৰা কৰে ?
উত্তৰঃ বিলাতলৈ যাত্ৰা কৰে ।
১৫। মুচলিনীৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ মুচলিনীৰ সম্পূৰ্ণ নাম হ’ল চিনৰ বেনিটো মুচলিনী ।
১৬। চিনৰ বেনিটো মুচলিনীৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ চিনৰ বেনিটো মুচলিনী জন্ম ভেৰিয়াৰ প্ৰিদাপ্নিও গাঁৱত জন্ম হৈছিল ।
১৭। ইংলেণ্ডৰ ৰাণী জনীৰ নাম কি ?
উত্তৰঃ ইংলেণ্ডৰ ৰাণী জনীৰ নাম হ’ল ৰাণী এলিজাবেথ ।
১৮। বৰ্তমান পাকিস্তানত অন্তৰ্গত এখনি প্ৰাচীন নগৰী খনৰ নাম কি ?
উত্তৰঃ বৰ্তমান পাকিস্তানত অন্তৰ্গত এখনি প্ৰাচীন নগৰী খনৰ নাম হ’ল তক্ষশিলা ।
১৯। নালন্দা বৰ্তমান কি নামে পৰিচিত ?
উত্তৰঃ নালন্দা বৰ্তমান বড়গাঁও নামে পৰিচিত ।
২০। কাৰ আক্ৰমণত ঐতিহ্য়ময় নালন্দা ধ্বংসস্তূপত পৰিণত হয় ?
উত্তৰঃ তুৰ্কীৰ আক্ৰমণত ।