বহাগ বিহুৰ পৰম্পৰা
গোট-২পাঠ ৩
১। বহাগ বিহুৰ পৰম্পৰা গদ্য়টো কোনে ৰচনা কৰিছে ?
উত্তৰঃ বহাগ বিহুৰ পৰম্পৰা গদ্য়টো ড০ প্ৰফুল্লদও গোস্বামীয়ে ৰচনা কৰিছে ।
২। ড০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ দক্ষিণ কামৰূপৰ নহিবা সত্ৰত জন্ম হৈছিল ।
৩। ড০ প্ৰফুল্লদও গোস্বামী কি আছিল ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী একাধাৰে শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্য়াসিক, সমালোচক, ভ্ৰমণ সাহিত্য় ৰচয়িতা, জীৱনীকাৰ আৰু সম্পাগক আছিল ।
৪। ড০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ কি মাহত জন্ম হৈছিল ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনৰ ১৮ মাৰ্চত জন্ম হৈছিল ।
৫। ড০ প্ৰফুল্লদও গোস্বামী পিতৃ নাম কি আছিল ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী পিতৃ নাম হ’ল সিংহদত্ত দেৱ ।
৬। ড০ প্ৰফুল্লদও গোস্বামী পিতৃ কি আছিল ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী পিতৃ এজন বিশিষ্ট কবি আছিল ।
৭। ড০ প্ৰফুল্লদও গোস্বামী কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী ১৯১৯ চনত জন্ম হৈছিল ।
৮। ড০ প্ৰফুল্লদও গোস্বামীয়ে কিমান চনত কটন কলেজৰ পৰা ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লৈয় ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামীয়ে ১৯৪০ চনত কটন কলেজৰ পৰা ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লৈয় ।
৯। অপৰিহাৰ্য শব্দৰ অৰ্থ কি ?
উত্তৰঃ অপৰিহাৰ্য শব্দৰ অৰ্থ হ’ল যাক পৰিহাৰ কৰিব নোৱাৰি ।
১০। নওৰোজ শব্দৰ অৰ্থ কি ?
উত্তৰঃ নওৰোজ শব্দৰ অৰ্থ হ’ল নৱৱৰ্ষ ।
১১। ড০ প্ৰফুল্লদও গোস্বামী কিমান চনত কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা ইংৰাজী উপাধি লাভ কৰে ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামী ১৯৪৪ চনত কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা ইংৰাজী উপাধি লাভ কৰে ।
১২। ড০ প্ৰফুল্লদও গোস্বামীয়ে কিমান চনত কটন মহাবিদ্য়ালয়ত যোগ দিয়ে ?
উত্তৰঃ ড০ প্ৰফুল্লদও গোস্বামীয়ে ১৯৪৫ চনত কটন মহাবিদ্য়ালয়ত যোগ দিয়ে ।
১৩। সমন্বয় শব্দৰ অৰ্থ কি ?
উত্তৰঃ সমন্বয় শব্দৰ অৰ্থ হ’ল মিলন ।
১৪। ড০ প্ৰফুল্লদও গোস্বামী কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা কি ইংৰাজী উপাধি লাভ কৰে ?
উত্তৰঃ এম এ উপাধি লাভ কৰে ।
১৫। ড০ প্ৰফুল্লদও গোস্বামীয়ে কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপিত হয় ?
উত্তৰঃড০ প্ৰফুল্লদও গোস্বামীয়ে ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপিত হয় ।
১৬। ড০ প্ৰফুল্লদও গোস্বামীয়ে যোৰহাটৰ কোন কলেজত শিক্ষকতাৰে কৰ্ম-জীৱন আৰম্ভ কৰে ?
উত্তৰঃ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম-জীৱন আৰম্ভ কৰে ।
১৭। কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত বাণিজ্য় আৰু বি টি বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে ড০ প্ৰফুল্লদও গোস্বামী নিযুক্তি পায় ?
উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ত বাণিজ্য় আৰু বি টি বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে ড০ প্ৰফুল্লদও গোস্বামী নিযুক্তি পায় ।
১৮। কিমান চনত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ?
উত্তৰঃ ১৯৯৪ চনত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ।
১৯। কিমান চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্য়ালয়তো ড০ প্ৰফুল্লদও গোস্বামীয়ে কিছুদিন অধ্য়াপনা কৰিছিল ?
উত্তৰঃ ১৯৬৬ চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্য়ালয়তো ড০ প্ৰফুল্লদও গোস্বামীয়ে কিছুদিন অধ্য়াপনা কৰিছিল ।
২০। ১৯৯৪ চনৰ কি মাহত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ?
উত্তৰঃ ১৯৯৪ চনৰ ১৯ নৱেম্বৰ তাৰিখে মাহত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন পণ্ডিতগৰাকীৰ লোকান্তৰ ঘটে ।
Type By Chandana Bora
Check : Himashree Bora.
Post ID: DABP004289