Chapter- 3
চৰিত্ৰ
1. ধনৰ বল বা বিদ্য়াৰ বল একোৱেই কিহৰ সমান নহয় ?
(ক) চৰিত্ৰ বলৰ
(খ) মনো বলৰ
(গ) ধন বলৰ
উত্তৰ- (ক) চৰিত্ৰ বলৰ ।
2. কুচৰিত্ৰৰ কি ফল?
(ক) সুফল
(খ) কুফল
(গ) চুৰফল
উত্তৰ- (খ) কুফল ।
3. উদ্গতিৰ পথৰ প্ৰৱল সহায় কি?
(ক) সৎ চৰিত্ৰ
(খ) অসৎ চৰিত্ৰ
(গ) অভদ্ৰ চৰিত্ৰ
উত্তৰ- (ক) সৎ চৰিত্ৰ ।
4. ধনৱন্ত আৰু বিদ্য়াৱন্ত মানুহ কিহৰ দোষত ৰসাতলে যায়?
(ক) চৰিত্ৰৰ
(খ) ৰূপৰ
(গ) গুণৰ
উত্তৰ- (ক) চৰিত্ৰৰ ।
5. কেনেকুৱা মানুহৰ বাবে শত্ৰু সৰহ?
(ক) চৰিত্ৰহীন
(খ) ৰূপহীন
(গ) গুণহীন
উত্তৰ- (ক) চৰিত্ৰহীন ।
6. ধনহীন বা বিদ্য়াহীন হ’লে মানুহে আনৰ কি পায়?
(ক) গুণ
(খ) ৰূপ
(গ) পুতৌ
উত্তৰ- (গ) পুতৌ ।
7. সৎ চৰিত্ৰ মানৱ স্বভাৱৰ কি?
(ক) বেয়া
(খ) জেউতি
(গ) অভদ্ৰ
উত্তৰ- (খ) জেউতি ।
8. চৰিত্ৰৱান মানুহ কি জলৰ নিচিনা?
(ক) অপৱিত্ৰ
(খ) বেয়া
(গ) পৱিত্ৰ
উত্তৰ- (গ) পৱিত্ৰ ।
9.ধন আৰু বিদ্য়াৰ পৰা মানুহে কি লাভ কৰে?
(ক) ক্ষমতা
(খ) অক্ষমতা
(গ) চিন্তা
উত্তৰ- (ক) ক্ষমতা ।
10. চৰিত্ৰৰ মূল কি?
(ক) অভ্য়াস
(খ) ক্ষমতা
(গ) স্বভাৱ
উত্তৰ- (ক) অভ্য়াস ।
11. দয়া এটা কি?
(ক) ভাল
(খ) বেয়া
(গ) গুণী
উত্তৰ- (ক) ভাল
12. লোভ এটা কি বৃত্তি?
(ক) ভাল
(খ) গুণ
(গ) বেয়া
উত্তৰ- (গ) বেয়া ।
13. দয়াৰ গুণত মানুহ কি হয়?
(ক) অদানী
(খ) দানী
(গ) লোভী
উত্তৰ- (খ) দানী ।
14. সত্য়নাথ বৰা জন্ম ক’ত হৈছিল?
(ক) গুৱাহাটীত
(খ) যোৰহাটত
(গ) মৰিগাঁওত
উত্তৰ- (ক) গুৱাহাটীত ।
15. সত্য়নাথ বৰা কিমান চনত জন্ম হৈছিল?
(ক) ১৯০৬
(খ) ১৯৬০
(গ) ১৮৬০
উত্তৰ- (গ) ১৮৬০ ।
16. সত্য়নাথ বৰা মৃত্য়ু কিমান চনত হৈছিল ?
(ক) ১৯২৫
(খ) ১৯৫২
(গ) ১৯৩২
উত্তৰ- (ক) ১৯২৫ ।
17. সত্য়নাথ বৰা অসমীয়া সাহিত্য়ৰ প্ৰসিদ্ধ কি আছিল?
(ক) গল্প লেখক
(খ) পদ্য় লেখক
(গ) গদ্য় লেখক
উত্তৰ- (গ) গদ্য় লেখক ।
18. পুৰুষাৰ্য শব্দ অৰ্থ কি?
(ক) অচেষ্টা
(খ) চেষ্টা
(গ) অযত্ন
উত্তৰ- (খ) চেষ্টা ।
19. সংকুচিত শব্দ অৰ্থ কি?
(ক) কোঁচ খোৱা
(খ) পোন খোৱা
(গ) লেহুকা খোৱা
উত্তৰ- (ক) কোঁচ খোৱা ।
20. কুন্ধচালি শব্দ অৰ্থ কি?
(ক) বেয়া
(খ) ভাল
(গ) আনন্দ
উত্তৰ- (ক) বেয়া ।
Type by- Bikul Mandal