বল আৰু গতি বিষয়ক সূত্ৰসমূহ
Chapter 9
১) গেলিলিও কিমান চনত জন্ম হৈছিল?
উত্তৰঃ ১৫৬৪ চনত ।
২) গেলিলিও এজন কি শিল্পী আছিল?
উত্তৰঃ হস্ত শিল্পী ।
৩) তলৰ কোনটো নিউটনৰ শুদ্ধ চিহ্ন?
উত্তৰঃ N ।
৪) গেলিলিও জন্ম হোৱা ঠাইখনৰ নাম কি?
উত্তৰঃ ইটালীৰ পিচা নামৰ ঠাই এখনত ।
৫) এলানি দূৰবীক্ষণ কোনে পোনপ্ৰথমে তৈয়াৰ কৰিছিল?
উত্তৰঃ ছাৰ আইজাক নিউটন ।
৬) দোলন ঘড়ী সাজি উলিওৱা প্ৰথমজন বিজ্ঞানীৰ নাম কি আছিল?
উত্তৰঃ Not a single one is correct ।
৭) কিমান খ্ৰীষ্টাব্দত গেলিলিও গেলিলিও এ পাদুৱা বিশ্ববিদ্য়ালয়ত নিযুক্তি পাইছিল?
উত্তৰঃ 1592 খ্ৰীঃত ।
৮) বলৰ একক কি?
উত্তৰঃ নিউটন ।
৯) ভৰ 2 কিঃগ্ৰা বস্তু এটা ঘৰ্ষণ কম পথালি টেবুলত 4 মিটাৰ/ছেনিং স্থিৰ বেগৰ সৈতে পিছলি আছে। বস্তুটো একে বেগেৰে চলাচল কৰি ৰাখিবলৈ প্ৰয়োজনীয় বল হৈছে-
উত্তৰঃ 0 N ।
১০) যেতিয়া হাতৰ মাজত ধৰি ৰখা বেলুন এটা হেঁচি দিয়া হয়, ইয়াৰ আকৃতি সলনি হয়। এনে হোৱা কাৰণ কি?
উত্তৰঃ সন্তুলিত শক্তিয়ে বেলুনৰ ওপৰত কাম কৰে ।
১১) জড়তাৰ জোখ কি?
উত্তৰঃ ভৰ ।
১২) জড়়তা জোখৰ S.I. একক কি?
উত্তৰঃ কিলোগ্ৰাম ।
১৩) জড়তা মানে কি ?
উত্তৰঃ বলৰ অবৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়়তা বুলি কোৱা হয় ।
১৪) গতি বিষয়ক প্ৰথম সূত্ৰটোক কি বুলি কোৱা হয় ?
উত্তৰঃ জড়তা বুলি কোৱা হয় ।
১৫) ঘৰ্ষণ বল কেনেকৈ কমাব পাৰি ?
উত্তৰঃ মাৰ্বলটো আৰু সমতলখন মিহি কৰি আৰু তলৰ ওপৰ ভাগত পিচ্ছলক ব্যৱবাৰ কৰি ঘৰ্ষণ বল কমাব পাৰি ।
Type : Dimpi Bora
Post ID : DABP004955