পাঠ্য় নং ২৭
১৮.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰাঃ
১. ফ্ৰয়েডে মনক __________________ ৰ সৈতে সংযোজিত কৰিছিল।
২. মনোবিশ্লেষণৰ তত্ত্বত ব্য়ক্তিতৰ তিনিটা স্তৰ আছে, সেইবোৰ __________, ______________ আৰু
______________ ।
৩. শিশুৱে তেওঁলোকৰ যৌন প্ৰৱণতা দমন কৰে ________________ স্তৰত।
পাঠ্য় নং ২৮
১৮.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
“ক” শাখাত দিয়া নামৰ সৈতে “খ” শাখাত থকা ধাৰণা মিলোৱা।
শাখা – ক শাখা – খ
(ক) ফ্ৰয়েড (ক) অৰ্ন্তমূখী-স্থিৰ।
(খ) য়ুং (খ) প্ৰয়োজনৰ শ্ৰেণীক্ৰম।
(গ) আইচেংক (গ) উন্নতিকৰণ।
(ঘ) বানডুৰা (ঘ) সামগ্ৰীক অসচেতনতা।
(ঙ) মাচলো (ঙ) আত্ম-কাৰ্যকাৰিতা।
পাঠ্য় নং ৩১
১৮.৩ পাঠ্য় আন্তৰ্গত প্ৰশ্নাৱলীঃ
তলত দিয়া উক্তিসমূহ ভূল নে শুদ্ধঃ
(ক) প্ৰক্ষেপীয় পৰীক্ষাই নিৰানন্দমূলক ঘটনাৰ বাতৰিৰ জ্ঞান লবলৈ অক্ষম।
সঁচা/মিছা
(খ) উন্নীতকৰণ হৈছে যৌন আকাংক্ষাত প্ৰকৃত পথৰ প্ৰৱাহিত কৰণ উৎপাদনমুখী অযৌন ক্ৰিয়া।
সঁচা/মিছা
(গ) কেটলে ১৬ বিধ ব্য়ক্তিত্বৰ চৰিএ আগবঢ়াইছে।
সঁচা/মিছা
(ঘ) ৰগাৰে আত্ম-কাৰ্যকাৰীতাৰ ধাৰণাৰ বিকাশ সাধন কৰিছিল।
সঁচা/মিছা
(ঙ) মানৱীয় দৃষ্টিভংগীক মনোবিজ্ঞানত তৃতীয় শক্তি বুলি অভিহিত কৰা হয়।
সঁচা/মিছা
পাঠ্য় নং ৩২
১৮.৪ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ
(ক) ভাৰতীয় ব্য়ক্তিত্বৰ ভাৱধাৰাত উল্লেখ থকা তিনিতা গুণৰ নাম লিখা।
(খ) ব্য়ক্তিত্বৰ মূল্য়াংকনৰ তিনিতা শ্ৰেণীৰ উল্লেখ কৰা।
(গ) ব্য়ক্তিত্বৰ দুটা গুৰুত্বপূৰ্ণ প্ৰক্ষেপীয় পৰীক্ষা উল্লেখ কৰা।
(ঘ) ব্য়ক্তিত্বক প্ৰভাৱিত কৰা উপাদানবোৰ কি।
পাঠ শেহান্ত অনুশীলনীঃ
(ক) ব্য়ক্তিত্বৰ ধাৰণা ব্য়াখ্য়া কৰা।
(খ) ব্য়ক্তিত্বক বোধগম্য় কৰিব পৰা চাৰিটা মূখ্য় দৃষ্টিভংগী উল্লেখ কৰা।
(গ) সচেতন আৰু প্ৰাক সচেতন মনৰ মাজত পাৰ্থক্য় কি?
(ঘ) মনোযৌন বিকাশৰ বিভিন্ন স্তৰ উল্লেখ কৰা।
(ঙ) প্ৰয়োজনৰ শ্ৰেণীক্ৰম বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনসমূহ তালিকাভুক্ত কৰা।