অনুশীলনী
১। উক্তিটো যদি সঁচা হয় ( স ) আৰু মিছা হয় ( মি ) ৰে চিহ্নিত কৰা ।
( ক ) পৃথিৱীৰ নদী আৰু হ্রদত থকাতকৈ ভূ – গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি ।
উত্তৰঃ-
( খ ) গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে ।
উত্তৰঃ-
( গ ) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্র উৎস হ’ল নদীৰ পানী
উত্তৰঃ-
( ঘ ) বৰষুণ হ’ল পানীৰ প্রধান উৎস ।
উত্তৰঃ-
২। ভূ – গৰ্ভৰ পানী কেনেকৈ পূৰ হয় কৰা হয় ব্যাখ্যা কৰা ।
উত্তৰঃ-
৩। পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে । ভূ – গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীর্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে ?
উত্তৰঃ-
৪। তোমাক এখন বাগিচা পৰিচালনাৰ কৰিবলৈ কোৱা হ’ল । তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা ?
উত্তৰঃ-
৫। ভূ – গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ-
৬। উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা :
(ক) আৰু দ্বাৰা মানুহে ভূ-গৰ্ভৰ পানী পায়।
উত্তৰ-
(খ) পানীৰ তিনিটা ৰূপ হ’ল , আৰু ।
উত্তৰ-
( গ ) পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল ।
উত্তৰ-
( ঘ ) যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক বোলা হয়।
উত্তৰ-
৭। তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?
(ক) উদ্যোগৰ দ্রুত বৃদ্ধি ।
(খ) জনসংখ্যা বৃদ্ধি ।
(গ) প্ৰচুৰ বৰষুণ ।
(ঘ) জল সম্পদৰ সু – ব্যৱস্থাপনাৰ অভাৱ ।
উত্তৰ-
৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
মুঠ পানীৰ পৰিমাণ একে থাকে –
(ক) পৃথিৱীৰ হ্ৰদ আৰু নদী সমূহত ।
(খ) ভূ – গৰ্ভত ।
(গ) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত ।
(ঘ) গোটেই পৃথিৱীৰ ।
উত্তৰ-