অনুশীলনী
১) খালী ঠাই পূৰ কৰা
ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে ________বোলে।
উত্তৰ-
খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক_______ বোলে।
উত্তৰ-
গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে_________ বুলি জনা যায় ।
উত্তৰ-
ঘ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক _________ বোলে।
উত্তৰ-
ঙ) বীজৰ বিস্তাৰণ ________,________আৰু_________ জৰিয়তে হয় ।
উত্তৰ-
২) অযৌন প্ৰজনন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া।
উত্তৰ-
৩)যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা।
উত্তৰ-
৪) অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য়সমূহ বৰ্ণনা কৰা।
উত্তৰ-
৫) এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰাঁ ।
উত্তৰ-
৬) স্ব-পৰাগযোগ আৰু ইতৰ-পৰাগযোগৰ মাজত পাৰ্থক্য লিখাঁ ?
উত্তৰ-
৭) ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখাঁ ?
উত্তৰ-
৮) বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা ।
উত্তৰ-
৯) ১নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱাঃ
উত্তৰ-
১০) শুদ্ধ উত্তৰটোত ( ✔) চিন দিয়া ।
ক) এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ’ল-
i) পাত ii) কাণ্ড iii) শিপা iv) ফুল
উত্তৰ-
খ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় ?
i) নিষেচন ii) পৰাগযোগ iii) প্ৰজনন iv) বীজৰ গঠন
উত্তৰ-
গ) পুৰঠ ডিম্বাশয়ে গঠন কৰে
i) বীজ ii) পুংকেশৰ iii) স্ত্ৰীকেশৰ iv)ফল
উত্তৰ-
ঘ) ৰেণুধাৰী উদ্ভিদ হ’ল
i) গোলাপ ii)পাউৰুটীৰ ভেঁকুৰ iii)আলু iv) আদা
উত্তৰ-
ঙ) পাতেগজাৰ প্ৰজনন ঘটোৱা অংগটো হ’ল–
i) কাণ্ড ii)পাত iii)শিপা iv) ফুল
উত্তৰ-