Chapter- 17
দেউল
১। বৰপেটাৰ কীৰ্তন ঘৰৰ খুঁটাবোৰ কিহৰ আছিল বুলি শুনা যায়?
(ক) তুলসীৰ
(খ) খেৰৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) তুলসীৰ ।
২। দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে?
(ক) বৰপেটা অঞ্চলৰ
(খ) বৰদোৱা অঞ্চলৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বৰপেটা অঞ্চলৰ ।
৩। দেউল উৎসৱৰ প্ৰথম দিনটোক কি বোলে?
(ক) ৰঙৰ দিন
(খ) গোন্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গোন্ধ ।
৪। দেউল উৎসৱৰ শেষৰ দিনটোক কি বোলে?
(ক) সুঁৱেৰি
(খ) গোন্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সুঁৱেৰি ।
৫। দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয়?
(ক) ছয়খন
(খ) দহখন
(গ) আঠখন
উত্তৰ- (গ) আঠখন ।
৬। মহামিলন শব্দৰ অৰ্থ কি?
(ক) প্ৰাৰ্থনা
(খ) সংগম
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সংগম ।
৭। ৰজনজনাই শব্দৰ অৰ্থ কি?
(ক) সংগম
(খ) প্ৰাৰ্থনা
(গ) চাৰিওদিশে শব্দ বিয়পি যোৱা
উত্তৰ- (গ) চাৰিওদিশে শব্দ বিয়পি যোৱা ।
৮। বৰপেটাৰ কীৰ্তন ঘৰৰ ছালবোৰ কিহৰ আছিল বুলি শুনা যায়?
(ক) তুলসীৰ
(খ) খেৰৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) খেৰৰ ।
৯। সমদল শব্দৰ অৰ্থ কি?
(ক) একেলগে
(খ) সংগম
(গ) ওপৰৰ এটাও নহয় ।
উত্তৰ- (ক) একেলগে ।
১০। খাটনি শব্দৰ অৰ্থ কি?
(ক) প্ৰাৰ্থনা
(খ) যোগ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) প্ৰাৰ্থনা ।
১১। কীৰ্তন ঘৰৰ চালবোৰ কিহৰ আছিল ?
(ক) বাঁহৰ
(খ) কাঠৰ
(গ) খেৰৰ
উত্তৰ- (গ) খেৰৰ ।
১২। দেউল মানে কি ?
(ক) মন্দিৰ
(খ) সত্ৰ
(গ) উৎসৱ
উত্তৰ- (গ) উৎসৱ ।
১৩। আবেলিতে ‘শালগ্ৰাম’ আৰু ‘দৌল-গোবিন্দ’ক কীৰ্তন-ঘৰৰ পূব দুৱাৰেদি উলিয়াই ক’ত ৰখা হয় ?
(ক) শৰাইত
(খ) বৰশৰাইত
(গ) বটাত
উত্তৰ- (খ) বৰশৰাইত ।
১৪। গোঁসাইক খাটোলাত তুলি মেজিৰ চাৰিওফালে কেইবাৰ ঘূৰাই ?
(ক) তিনিবাৰ
(খ) সাতবাৰ
(গ) এবাৰ
উত্তৰ- (খ) সাতবাৰ ।
১৫। দেউল উৎসৱত ৰাতিৰ ভাগত কি কৰা হয় ?
(ক) বিহু গোৱা হয়
(খ) ওজা-পালি
(গ) যাত্ৰাগানৰ অভিনয়
উত্তৰ- (গ) যাত্ৰাগানৰ অভিনয় ।
১৬। দেউলৰ শেষৰটো দিন সুঁৱেৰি অৰ্থাৎ চতুৰ্থদিনটো কিহৰ দিন ?
(ক) আনন্দৰ দিন
(খ) ৰঙৰ দিন
(গ) ফূৰ্তিৰ দিন
উত্তৰ- (খ) ৰঙৰ দিন ।
১৭। দেউলৰ শেষৰ দিনটোত ইজনে-সিজনক ফাকুগুড়ি সানে ইয়াক কি বোলে ?
(ক) ফাকুৰিয়া
(খ) হোলী খেলা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) হোলী খেলা ।
১৮। খাটনি শব্দৰ অৰ্থ কি ?
(ক) নেৰানেপেৰা
(খ) নাটনি হোৱা
(গ) প্ৰাৰ্থনা
উত্তৰ- (গ) প্ৰাৰ্থনা ।
১৯। মহামিলন শব্দৰ অৰ্থ কি ?
(ক) সংগম
(খ) যোগ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
২০। জীৱন শব্দৰ বিপৰীত শব্দ কি ?
(ক) মৰণ
(খ) প্ৰাণ
(গ) দেহ
উত্তৰ- (ক) মৰণ ।
Type by- Bikul Mandal