তিনি বৰ্ণই নাম তাৰ সকলোৱে খায়,প্ৰথম বৰ্ণ বাদ দিলে মৰা হৈ যায়,শেষ বৰ্ণ বাদ দিলে ফল বুলি জানি,সেইটো নামনো কি কোৱা গুণমনি ? 10/02/202310/02/2023 Puspa Kakati উত্তৰঃ অমৰা । Post Views: 47