অনুশীলনী
১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা
উত্তৰ-
২) খালী ঠাই পূৰ কৰা।
i) ________ ৰ দ্বাৰা হ্ৰদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।
উত্তৰ-
ii) ________ কোষত হিম’গ্লবিন পোৱা যায়।
উত্তৰ-
iii) ধমনী আৰু শিৰাবোৰ___________ জালিকাৰ দ্বাৰা সংলগ্ন।
উত্তৰ-
iv) হৃদযন্ত্ৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক__________ বোলা হয়।
উত্তৰ-
v) মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ’ল _______।
উত্তৰ-
vi) ঘামত পানী আৰু ________ থাকে।
উত্তৰ-
vii) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক ________ বোলা হয়।
উত্তৰ-
viii) শোষন টানৰ জড়িয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ’ল________ |
উত্তৰ-
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
a) উদ্ভিদত পানী পৰিবহন হয়,
i) জাইলেইম ii) ফ্ল’ৱেম iii) পত্ৰৰন্ধ্ৰ iv) চুলি শিপাৰ দ্বাৰা
উত্তৰ-
b) শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয়-
i) ছাঁত ii) কম পোহৰত iii) ফেনৰ তলত iv) পলিথিন মোনাৰে ঢাকি থলে
উত্তৰ-
৪) উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা।
উত্তৰ-
৫) যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হব লিখা ?
উত্তৰ-
৬) পত্ৰৰন্ধ্ৰ কি ?পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা ।
উত্তৰ-
৭) প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ? ব্যাখ্যা কৰা ?
উত্তৰ-
৮) তেজৰ উপাদানসমূহ কি কি ?
উত্তৰ-
৯) শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন ?
উত্তৰ-
১০) কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে ?
উত্তৰ-
১১) হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা ?
উত্তৰ-
১২) বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন ?
উত্তৰ-
১৩) মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।
উত্তৰ-