সন্মান
অধ্য়ায় – ১৬
১) হেমচন্দ্ৰ বৰুৱাৰ কেতিয়া মৃত্য়ু হৈছিল ?
উত্তৰঃ ১৯৯৬ চনত ।
২) হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থ এখনৰ নাম লিখা ।
উত্তৰঃ ‘হেমকোষ’ ।
৩) তেওঁ কিহৰ সম্পাদক আছিল ?
উত্তৰঃ ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল ।
৪) ‘সন্মান’ নামৰ প্ৰবন্ধটি ক’ৰ পৰা লোৱা হৈছে?
উত্তৰঃ বৰুৱাদেৱৰ ‘পাঠমালা’ পুথিৰপৰা লোৱা হৈছে ।
৫১) ‘সন্মান’ নামৰ প্ৰবন্ধটোৰ লেখক কোন ?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ।
৬) বিহ্বল মানে কি ?
উত্তৰঃ বিহ্বল মানে হ’ল– ভয় বা শোকত অতিশয় আতুৰ ।
৭) নাস্তিকৰ অৰ্থ কি ?
উত্তৰঃ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা বা নিৰীশ্বৰবাদী ।
৮) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে ?
উত্তৰঃ নোৱাৰে ।
৯) ‘সন্মান’ মানে কি ?
উত্তৰঃ ‘সন্মান’ মানে হৈছে– গুণ, পদমৰ্যাদা, জ্য়েষ্ঠতা আদিৰ ভিত্তিত লাভ কৰা শ্ৰদ্ধা বা আদৰ ।
Type by- Mandira Saha
Post ID: DABP005052