চোৰধৰা
অধ্য়ায়- ১৫
১) শ্ৰীশ্ৰীমাদৱদেৱৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ১৪৮৯ চনত জন্ম হৈছিল।
২) মাধৱদেৱ কোন আছিল ?
উত্তৰঃ অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলন এগৰাকী গুৰি ধৰোঁতা আছিল ।
৩)কানাই বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ কৃষ্ণৰ কথা কোৱা হৈছে ।
৪) কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?
উত্তৰঃ কৃষ্ণই গোপীৰ মুখতলৱনু সানি দিছিল ।
৫) চোৰধৰা পাঠটোৰ লেখক কোন ?
উত্তৰঃ শ্ৰীশ্ৰীমাধৱদেৱ ।
৬) মাধৱদেৱে ৰচনা কৰা নাটকসমূহৰ একমাত্ৰ ‘দধিমথন’ বা ‘অৰ্জুন-ভঞ্জন’ৰ বাহিৰে বাকীকেইখনক কি বুলি কোৱা হয়?
উত্তৰঃ ঝুমুৰা বুলি কোৱা হয় ।
৭) জীৱনৰ প্ৰথমছোৱাত তেওঁ কি আছিল ?
উত্তৰঃ শাক্তধৰ্মী আছিল ।
৮) তেখেতৰ মৃত্য়ু কেতিয়া হৈছিল ?
উত্তৰঃ ১৫৯৬ চনত ।
৯) তেওঁ আহোম ৰাজ্য়ৰ উজনি অসম পৰিত্য়াগ কৰি ক’ত থাকিবলৈ লয় ?
উত্তৰঃ কোচৰাজ্য়ৰ বৰপেটা অঞ্চলত থাকিবলৈ লয় ।
Type by – Mandira Saha