তিনিটা বৰ্ণ মিলি উপাধি গঠিত, অসমৰ সমাজত সৰ্বজন বিদিত ।প্ৰথম আখৰ থাকে তাতৰ শালত, দ্বিতীয়ই তৃতীয় মিলি ঘৰৰ ছালত ?

উত্তৰঃবৰুৱা