অহংকাৰে পতন আনে
পাঠ-এঘাৰ
অনুশীলনী
১) ৰাম- শাস্ত্ৰীয়ে নৈ সিপাৰৰ গাওঁ এখনলৈ যাবলৈ কিয় ইচ্ছা কৰিছিল?
উত্তৰঃ নৈ সিপাৰৰ গাওঁ এখনত ঘোষণা মতে তৰ্ক-বিতৰ্ক প্ৰতিযোগীতা এখন হ’ব বুলি গ’ম পাই ৰাম – শাস্ত্ৰীয়ে নৈ সিপাৰৰ গাওঁ এখনলৈ যাবলৈ ইচ্ছা কৰিছিল।
২) নাৱত যাওঁতে ৰাম্ শাস্ত্ৰীয়ে নাৱৰীৱাক কি সুধিছিল ?
উত্তৰঃ নাৱত যাওঁতে ৰাম – শাস্ত্ৰীয়ে নাৱৰীয়াক সংস্কৃত পঢ়িছে নে নাই সুধিছিল।
৩) নাৱৰীয়াৰ উত্তৰ শুনি ৰাম শাস্ত্ৰীয়ে কি কৈছিল?
উত্তৰঃ- নাৱৰীয়াৰ উত্তৰ শুনি ৰাম শাস্ত্ৰীয়ে ক’লে – যে তেওঁৰ কাৰণে শাস্ত্ৰীৰ মনত বৰ দুখ লাগিছে বুলি কৈছিল।
৪) যেতিয়া বতাহত নাওঁখন টুলুং-ভুটুং কৰিবলৈ ধৰিলে , তেতিয়া নাৱৰীয়াই পণ্ডিতক কি বুলি কৈছিল ?
উত্তৰঃ-যেতিয়া বতাহত নাওঁখন টুলুং-ভুটুং কৰিবলৈ ধৰিলে তেতিয়া নাৱৰীয়াই পণ্ডিতক ক’লে- প্ৰভু আমাৰ এই ডুবিবলৈ লোৱা নাওখন এৰি পাৰলৈ সাঁতুৰি যাবৰ হ’ল বুলি কৈছিল।
৫) ৰাম শাস্ত্ৰীয়ে যেতিয়া সাঁতুৰিব নেজানো বুলি কলে , তেতিয়া নাৱৰীয়াই কি বুলি কৈছিল ?
উত্তৰঃ- ৰাম শাস্ত্ৰীয়ে যেতিয়া সাঁতুৰিব নেজানো বুলি কলে, তেতিয়া নাৱৰীয়াই ক’লে- ” এইটো সঁচা কথা যে মই জীৱনৰ বেছিখিনি সময় কোনো শাস্ত্ৰাদি নপঢ়াকৈ নষ্ট কৰিলো, কিন্তু মই সাঁতুৰিবলৈ আৰু নাও বাবলৈ শিকিলো বুলি কৈছিল।
৬) এই সাধুটোৰ পৰা কি হিতোপদেশ পালা লিখা ।
উত্তৰঃ- এইটো প্ৰশ্ন উত্তৰ নিজে কৰি ল’বা।
Type Arup Koch
Morigaon(Assam)
Author By : Rajashree Bora
Post ID :DABP006431