অধ্যৱসায়- সফলতাৰ গুপ্ত কৌশল
পাঠ-ছয়
১)ৰাজু কোনেকুৱা স্বভাৱৰ খেতিয়ক আছিল ?
উত্তৰঃ ৰাজু সোপোৰা স্বভাৱৰ খেতিয়ক আছিল।
২) যেতিয়া সমুৱে দেখিলে যে খেতিত পানী একান্ত দৰকাৰ, তেতিয়া তেওঁ কি পৰিকল্পনা কৰিলে ?
উত্তৰঃ- যেতিয়া সমুৱে দেছিলে যে খেতিত পানী একান্ত দৰকাৰ, তেতিয়া তেওঁ জনসিঞ্চন প্ৰক্ৰিয়া পৰিকল্পনা কৰিলে।
৩) সমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰনে মাতিবলৈ আহোঁতে সমুৱে ঘৈনিয়েকক কি কলে ?
উত্তৰঃ- সমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰণে মাতিবলৈ আহোঁতে সমুৱে ঘৈনিয়েকক ক’লে – ” মোৰ এই কাম শেষ নোহোৱা পৰ্যন্ত আৰু আমাৰ পথাৰে পানী নোপোৱালৈকে মই ঘৰলৈ নাযাওঁ ।
৪) সমুৰ কষ্ঠ কৰি কৰা কামৰ কি ফল হ’ল ?
উত্তৰঃ- সমুৰ কষ্ঠ কৰি কৰা কামৰ ভাল ফল হ’ল।
৫) ৰাজুৱে নিজৰ খেতিৰ পৰা কিয় একো শস্য চপাব নোৱাৰিলে ?
উত্তৰঃ- পানীৰ অভাৱত ৰাজুৰ খেতিপথাৰৰ শস্য়বোৰ লেৰেলি গ’ল। সেইকাৰণে ৰাজুয়ে নিজৰ খেতিৰ পৰা একো শস্য় চপাব নোৱাৰিলে।
৬) সমুৱে কেনেকৈ খেতিৰ পৰা ইমান বেছিকৈ গোমধান চপাব পাৰিলে ?
উত্তৰঃ- খেতিপথাৰত সময়ত পানী যোগান ধৰাৰ কাৰণে সমুৱে খেতি পৰা ইমান বেছিকৈ গোমধান চপাব পাৰিলে।
Type Arup Koch
Author By : Rajashree Bora