ৰাষ্ট্ৰ-দ্বীপ
পাঠ-তিনি
১। এটা বা দুটা শব্দত উত্তৰ লিখা ।
ক) মহামাত্য পদ আজিকালি কি নামেৰে জনা যায় ?
উত্তৰঃ-
খ) কৌটিল্যৰ সম্পূৰ্ণ নাম কি আছিল ?
উত্তৰঃ-
গ) কৌটিল্যৰ প্ৰতিঞ্জা পূৰ্ণ কোন বংশৰ নাশ কৰাৰ পৰা হৈছে ?
উত্তৰ ঃ-
ঘ) চাণক্যই কাক ভাৰতৰ সম্ৰাট কৰিলে ?
উত্তৰঃ-
ঙ) গ্ৰীচৰ গৌৰৱ লক্ষ্মী বুলি কাক কোৱা হৈছে ?
উত্তৰঃ-
২) উত্তৰ লিখা ঃ
ক) চান্যকৰ বিষয়ে কি জানা লিখা ?
উত্তৰঃ-
খ) ব্যক্তিগত কামত ৰাজকোষৰ তেল কিয় জ্বলিব ? ই ৰাষ্ট্ৰীয় সম্পত্তি ইয়াক অপব্যৱহাৰ কিয় ? চানক্যৰ এই কথাখিনি আজিকালি শাসনসকলৰ বাবে পথৰ দীপ হব পাৰেনে ? কেনেকৈ ?
উত্তৰঃ-
গ) ভাৰতবৰ্ষৰ সাক্ষাৎদৰ্শন মই আজিহে কৰিছোঁ- এই – কথাখিনি কোনে আৰু কাক কৈছিল?
উত্তৰঃ-
Post ID : DABP006387