দৰ্পচূৰ্ণ
পাঠ-দুই
অনুশীলনী
১। দেৱতা আৰু অসুৰসকলক কি গুণৰ প্ৰতীক হিছাপে জনা যায় ?
উত্তৰঃ- দেৱতাসকলক সদগুণৰ আৰু অসুৰসকলক দুৰ্গুণৰ প্ৰতীক হিচাপে জনা যায়।
২) দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধক কি নামেৰে জনা যায় ?
উত্তৰঃ- দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধক দেৱাসুৰ নামেৰে জনা যায়।
৩) দেৱতা অহংকাৰ দমন কৰাৰ কাৰনে ভগৱানে কি কৰিছিল ?
উত্তৰঃ- দেৱতা অহংকাৰ দমন কৰাৰ কাৰণে ভগৱানে সৰ্বশক্তিমান পৰমেশ্বৰে স্বয়ংযক্ষৰ ৰূপ ধাৰণ কৰিছিল।
৪) যক্ষই পৱন দেৱক কি বুলি কৈছিল ?
উত্তৰঃ- ষক্ষই পৱন দেৱক ক’লে “মহাৰাজ, এইডাল ওপৰত শক্তি প্ৰয়োগ কৰক বুলি কৈছিল।
Type Arup Koch
Morigaon ( Assam )
Author by : Rajashree Bora
Post ID : DABP006386