পৰিমিতি
পাঠ ১১
অনুশীলনী 11(B)
1. তলত দিয়া প্ৰতিটো সামন্তৰিকৰ কালি উলিওৱা।
উত্তৰঃ
(a) সামন্তৰিকটোৰ উচ্চতা 4.5 চেমি আৰু ভূমি 6 চেমি
∴ সামন্তৰিকটোৰ কালি = 4.5 চেমি x 6 চেমি
= 27 বৰ্গ চেমি
(b) সামন্তৰিকটোৰ উচ্চতা 4 চেমি আৰু ভূমি 7 চেমি
∴ সামন্তৰিকটোৰ কালি = 4 চেমি x 7 চেমি
= 28 বৰ্গ চেমি
(c) সামন্তৰিকটোৰ উচ্চতা 4.2 চেমি আৰু ভূমি 5 চেমি
∴ সামন্তৰিকটোৰ কালি = 4.2 চেমি x 5 চেমি
= 21 বৰ্গ চেমি
(d) সামন্তৰিকটোৰ উচ্চতা 3 চেমি আৰু ভূমি 5 চেমি
∴ সামন্তৰিকটোৰ কালি = 3 চেমি x 5 চেমি
= 15 বৰ্গ চেমি
2. খালী ঠাই পূৰ কৰাঃ
ক্ৰমিক নং | ভূমি (b) | উচ্চতা (h) | কালি (A) | পৰিসীমা |
a | 15 চেমি | 7 চেমি | 105 বৰ্গ চেমি | 44 চেমি |
b | 9.2 চেমি | 7.3 চেমি | 67.16 বৰ্গ চেমি | 33 চে মি |
c | 5.5 চেমি | 6.5 চেমি | 35.75 বৰ্গ চেমি | 24 চেমি |
d | 5.3 মি | 6 মি | 31.8 বৰ্গ মি | 22.6 মি |
e | 75 চেমি | 1.5 মি | 112.5 বৰ্গ চেমি | 153 চেমি |
3. এটা সামন্তৰিকৰ ওচৰা-ওচৰি বাহু দুটাৰ জোখ 12 চেমি আৰু 9 চেমি। দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব 6 চেমি। সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰা। চুটী বাহু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।
উত্তৰঃ
দিয়া আছে;
সামন্তৰিকটোৰ বাহু দুটা AB = DC = 12 চেমি আৰু AD= BC = 9 চেমি
A বিন্দুৰ পৰা DC ৰ M লৈ এডাল ৰেখা টনা হ’ল যাতে AM⊥DC
আৰু C বিন্দুৰ পৰা AD ৰ N লৈ এডাল ৰেখা টনা হ’ল যাতে CN⊥AD
∴ সামন্তৰিকটোৰ উচ্চতা AM = 6 চেমি
∴সামন্তৰিকটোৰ কালি =DC ×AM
=12 চেমি ×6 চেমি
=72 বৰ্গ চেমি
∵DC ×AM=AD ×CN
∴72 বৰ্গ চেমি=9 চেমি ×CN
⇒ CN = 72 বৰ্গ চেমি ÷9 চেমি
⇒ CN = 8 চেমি
∴সামন্তৰিকটোৰ চুটী বাহু দুটা AD আৰু BC ৰ দূৰত্ব=8 চেমি
4. এটা সামন্তৰিকৰ ভূমি উচ্চতাৰ অনুপাত 5:3। সামন্তৰিকটোৰ কালি 135 বৰ্গ চেমি। সামন্তৰিকটোৰ পৰিসীমা নিৰ্ণয় কৰা।
5. PQRS সামন্তৰিকৰ QL⊥PS আৰু QM⊥SR
SR = 9 cm
QR = 6 cm
QL = 8 cm
QM = ?
6. ABCD সামন্তৰিকৰ AE⊥BC আৰু CF⊥AB
BC = 8 cm, CF = 5.5 cm।
ABCD সামন্তৰিকৰ পৰিসীমা 26 cm
নিৰ্ণয় কৰা 一
(i) AB ৰ দীঘ
(ii) ABCD ৰ কালি
(iii) AE ৰ দীঘ
উত্তৰঃ
Post ID : DABP004101