চাৰিটা আখৰে মোৰ নামটি গঠিত বিখ্যাত ৰজা ৰূপে তেওঁ পৰিচিত। দ্বিতীয়,তৃতীয়, চতুৰ্থ মিলি এটা জাতিক বুজায় ।প্ৰথম,চতুৰ্থ,তৃতীয়ই মিলি এখন দেশ হয়। পাৰা যদি কোঁৱাচোন মোৰ নাম কি?

উত্তৰঃআকবৰ