Himanta Biswa Sarma : Short Question answer

হিমন্ত বিশ্ব শৰ্মা ঃ চমু প্ৰশ্ন

১) হিমন্ত বিশ্ব শৰ্মাৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯ চনত হৈছিল।

২) হিমন্ত বিশ্ব শৰ্মা কোন ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনীতিবিদ তথা বৰ্তমানৰ অসমৰ মূখ্যমন্ত্ৰী।

৩) হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা ভাৰতীয় জনটা পাৰ্টীত কিমান চনত যোগদান কৰিছিল ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা ভাৰতীয় জনটা পাৰ্টীত ২০১৫ চনত যোগদান কৰিছিল।

৪) হিমন্ত বিশ্ব শৰ্মাৰ পত্নী কোন ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী হল- ৰিণিকি ভূঞা শৰ্মা ।

৫) হিমন্ত বিশ্ব শৰ্মাৰ সন্তান কেইটা ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান দুটা।

৬) হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মূখ্যমন্ত্ৰী ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ ১৫ তম মূখ্যমন্ত্ৰী।

৭) হিমন্ত বিশ্ব শৰ্মাই কিমান তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

৮) হিমন্ত বিশ্ব শৰ্মাই কোন বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

৯) হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ মাতৃ কোন আছিল ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ মাতৃ হল- প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মৃণালিণী দেৱী।

১০) হিমন্ত বিশ্ব শৰ্মাৰ বয়স কিমান ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাৰ বয়স হল ৫৪ বছৰ।

১১) হিমন্ত বিশ্ব শৰ্মাই লিখা কিতাপ কেইখনৰ নাম লিখা ?

উত্তৰঃ হিমন্ত বিশ্ব শৰ্মাই লিখা কিতাপ কেইখনৰ নাম হল- ভিন্ন সময় অভিন্ন মত, এটা সপোনৰ পম খেদি, অন্য এক দৃষ্টিকোণ।