প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ । পাঠ ২০ । Chapter 20 | Class 7 Social Science Question And Answer Sankardev School | Class 7 Social Science Suggestion Sankardev School | Class 7 Social Science Notes Sankardev School | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ 

পাঠ – ২০

অনুশীলনী 

১। চমু উত্তৰ লিখা— 

(ক) প্রান্তীয় গােট কাক বােলে ? প্রান্তীয় গােট হিচাপে কোনবােৰ মানুহক অভিহিত কৰিব পৰা যায় । 

উত্তৰঃ আৰ্থিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলক প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পৰা যায়।

(খ) বানপানী আৰু গৰাখহনীয়াই কি কি অসুবিধাৰ সৃষ্টি কৰে ? 

উত্তৰঃ বানপানী আৰু গৰাখহনীয়াই এক জটিল সমস্যা সৃষ্টি কৰে।এই ভয়াৱহ সমস্য়াই অয়মৰ জনজীৱনত বাৰুকৈয়ে আঘাট হানিছে। প্ৰবল বানে মানুহৰ খেতি-পথাৰ, ভেটি পৰ্যন্ত উছন কৰিছে। ইয়াৰ উপৰি পথাৰৰ উৰ্বৰতাও হ্ৰাস কৰিছে। গছ-গছনি, জীৱ-জন্তু মৰি খাস্তাং হৈছে।   

(গ) বৃহৎ নদীবান্ধৰপৰা হােৱা উপকাৰ আৰু অপকাৰসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ

(ঘ) অসমৰ চাহ খেতিৰ কাৰণে ব্রিটিছসকলে ক’ৰপৰা শ্রমিক আনিছিল ? 

উত্তৰঃ অসমৰ চাহ খেতিৰ কাৰণে থলুৱা শ্ৰমিকৰ নাটনিৰ ফলত ব্ৰিটিছসকলে দেশৰ আন অঞ্চলৰ পৰা, বিশেষকৈ মধ্য ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিক আনিছিল।

(ঙ) কোনখন আইন মতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ? 

উত্তৰঃ ২০০৯ চনৰ শিক্ষা অধিকাৰ আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়।

(চ) পার্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা । 

উত্তৰঃ পাৰ্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম হ’ল- কাৰ্বিসকলৰ বাবে ‘কাৰ্বি আংলং জিলা পৰিষদ’ আৰু ডিমাচাসকলৰ বাবে ‘উত্তৰ কাছাৰ জিলা পৰিষদ’।

২। উত্তৰ লিখা— 

(ক) কি কি কাৰণত প্রান্তীয় গােটৰ সৃষ্টি হ’ব পাৰে ? তেওঁলােকৰ প্রধান সমস্যাসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ

(খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্রদান কৰিছে লিখা । 

উত্তৰঃ

(গ) ভৈয়াম আৰু পার্বত্য অঞ্চলৰ জনজাতি লােকসকলৰ বাবে কেনে ধৰণৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে ? 

উত্তৰঃ

৩। খালী ঠাই পূৰ কৰা— 

(ক) আর্থিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লােকসকলক ……………………. গোট হিচাপে অভিহিত কৰিব পৰা যায় । 

উত্তৰঃ

(খ) গণতন্ত্রত দেশৰ সকলাে নাগৰিকৰ গণতান্ত্রিক অধিকাৰ …………………. । 

উত্তৰঃ

(গ) …………….. চাহ খেতিৰ বাবে উপযােগী । উত্তৰঃ অসমত মাটি।

(ঘ) সংখ্যালঘু লােকসকলৰ ……………. ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাৱেক্ষণৰ ব্যৱস্থা কৰিছে । 

উত্তৰঃ

(ঙ) গৰাখহনীয়া এটা ……………… দুর্যোগ ।

উত্তৰঃ 

৪। কাষৰ বাকচত 🗙 বা ✓  চিন দিয়া । 

ক। অন্য প্রান্তৰপৰা অহা ছাত্র-ছাত্রীৰ লগত বন্ধুত্ব নকৰোঁ । 

উত্তৰঃ

খ। বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা নকৰোঁ । 

উত্তৰঃ

গ। দেশৰ সকলােৰে মংগলৰ বাবে চৰকাৰক সহযােগিতা কৰিম । 

উত্তৰঃ

ঘ। প্রাকৃতিক দুর্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰোঁ ।

উত্তৰঃ 

ঙ। আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সন্মান জনালেহে আমিও মৰম, স্নেহ পাম । 

উত্তৰঃ

 Type: সৌৰভ বৰা 

Post ID : DABP006070