ওচৰা ওচৰিকৈ থাকে দুই যঁজা ভাই,সংসাৰখনত চাই ফুৰে,ক’ত বস্তু পায় । এই দুজন কোন বাৰু কোঁৱাচোন ভাই ?

উত্তৰঃ চকু