তিনিটা আখৰে মোৰ নামটো গঠিত,ফল বুলি হওঁ মই জগতে বিদিত । প্ৰথমে দ্বিতীয়ই মিলি পৰিমাণ হওঁ,প্ৰথম তৃতীয়ই মিলি ঘৰৰ চুকত থাকো,প্ৰথম তৃতীয়ই মিলি নদীত গৈ পৰো ? 03/02/202303/02/2023 Puspa Kakati উত্তৰঃ কমলা Post Views: 65