দশমিক ভগ্নাংশ
অধ্যায় 8
অনুশীলনী 8 (C)
1. পূৰণ কৰা ।
(i) 0.6 ✖ 3
(ii) 0.7 ✖ 15
(iii) 2.3 ✖ 7
(iv) 5.1 ✖ 11
(v) 4.28 ✖ 5
(vi) 27.5 ✖ 3
(vii) 65.3 ✖ 12
(viii) 38.43 ✖ 19
(ix) 0.269 ✖ 9
(x) 1.495 ✖ 16
2. পূৰণফল উলিওৱা ।
(i) 0.7 ✖ 10
(ii) 0.36 ✖ 10
(iii) 0.978 ✖ 100
(iv) 3.465 ✖ 10
(v) 7.236 ✖ 100
(vi) 8.914 ✖ 100
(vii) 12.67 ✖ 10
(viii) 46.289 ✖ 1000
(ix) 0.0089 ✖ 1000
(x) 0.0943 ✖ 1000
3. পূৰণ কৰা ।
(i) 0.7 ✖ 0.9
(ii) 6.4 ✖ 0.8
(iii) 1.8 ✖ 3.7
(iv) 7.13 ✖ 0.9
(v) 5.23 ✖ 1.3
(vi) 7.29 ✖ 0.46
(vii) 14.84 ✖ 1.98
(viii) 26.3 ✖ 37.8
(ix) 0.625 ✖ 0.16
(x) 47.52 ✖ 36.15
4. এটা কলমৰ দাম 12.75 টকা হ’লে তেনেকুৱা 10টা কলমৰ দাম কিমান ?
5. এটা কোঠাত 25টা একেধৰণৰ কাঠৰ বাকচ আছে । ইয়াৰে এটা বাকচৰ ওজন 35.456 কিগ্ৰা.। আটাইকেইটা বাকচৰ মুঠ ওজন কিমান হ’ব ?
6. অমৰে সদায় ৰাতিপুৱা 12.635 কিমি. দূৰত্ব চাইকেল চলায় । এসপ্তাহত তেওঁ মুঠতে কিমান দূৰত্ব চাইকেল চলাব ?
7. এটা গাখীৰৰ পেকেটত 1.750 লি. গাখীৰ আছে । মোনা এটাত তেনেকুৱা গাখীৰৰ পেকেট 50টা আছে। মোনাটোত মুঠতে কিমান লিটাৰ গাখীৰ আছে নিৰ্ণয় কৰা । যদি 1 লিটাৰ গাখীৰৰ মূল্য 50.70 টকা হয় তেনেহ’লে মোনাটোত থকা গাখীৰখিনিৰ মুঠ মূল্য কিমান হ’ব ?
8. এখন আয়তাকাৰ খেলপথাৰৰ দীঘ 50.5 মি. আৰু প্ৰস্থ 38.8 মি. । পথাৰখনৰ পৰিসীমা আৰু কালি উলিওৱা ।
9. এটা বৰ্গৰ বাহুৰ দীঘ 8.37 ছেমি. । বৰ্গটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা ।
[ বৰ্গৰ পৰিসীমা = 4 ✖ বাহু, বৰ্গৰ কালি = বাহু ✖ বাহু ]
10. তোমাৰ বিদ্যালয়ৰ চৌহদৰ চাৰিওসীমাৰ মুঠ দৈৰ্ঘ জুখিবলৈ দিয়া হ’ল । তুমি দীঘল মাৰি এডালেৰে চাৰিওসীমাৰ দীঘ জুখি মুঠতে মাৰিডালৰ 48 গুণ পালা । যদি মাৰিডালৰ দৈৰ্ঘ 8.654 মিটাৰ হয় তেন্তে বিদ্যালয় চৌহদৰ চাৰিওসীমাৰ মুঠ দৈৰ্ঘ কিমান হ’ব নিৰ্ণয় কৰা ।
Question Type By- Himadree Bora
Post ID: DABP001803