দশমিক ভগ্নাংশ
অধ্যায় 8
অনুশীলনী 8 (B)
1. যোগ কৰা ।
2. পথালিকৈ যোগ কৰা ।
(i) 5.6 + 9.7 + 1.3
(ii) 12.1 + 23.65 + 43.18
(iii) 164.9 + 93.149 + 6.46
(iv) 25.5 + 2.55 + 0.255
(v) 0.63 + 0.791 + 0.485
3. তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা ।
(i) 69.75 আৰু 343.9
(ii) 279.5, 146.23 আৰু 50.64
(iii) 0.964, 0.222 আৰু 0.496
(iv) 17.9 , 462.55 আৰু 56.3
(v) 95.4, 69.49, 127.5 আৰু 35.7
4. বৰষাই এদিন 18 কিমি. 365 মি. বাছেৰে , 150 কিমি. 500 মি. ৰে’লগাড়ীৰে আৰু 2 কিমি. 70 মি. খোজ কাঢ়ি আহি তেওঁৰ ঘৰ পালে । তেওঁ সিদিনা কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল ?
5. এজন দোকানীয়ে 12.75 মি. চোলাৰ কাপোৰ, 22.60 মিটাৰ লংপেণ্টৰ কাপোৰ কিনি আনিলে । তেওঁ মুঠতে কিমান কাপোৰ কিনিলে ?
6. দুটা সংখ্যাৰ পাৰ্থক্য 120.07 । ইয়াৰ সৰু সংখ্যাটো 335.032 হ’লে, ডাঙৰ সংখ্যাটো কিমান ?
7. কমলে এদিন 15 কিগ্ৰা. 400 গ্ৰাম চাউল, 2 কিগ্ৰা. 600 গ্ৰাম দাইল, 3 কিগ্ৰা. 80 গ্ৰাম চেনি আৰু 2 কিগ্ৰা. 50 গ্ৰাম আটা কিনিলে । তেওঁ কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান ?
8. বিয়োগ কৰা ।
(i) 20.07 ৰ পৰা 8.978
(ii) 370.469 ৰ পৰা 270.9
(iii) 0.792 ৰ পৰা 0.698
(iv) 1.7 ৰ পৰা 0.265
(v) 30 ৰ পৰা 25.75
9. তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা ।
(i) 32.7 আৰু 26.096
(ii) 7.85 আৰু 11.1
(iii) 0.967 আৰু 1
(iv) 150.09 আৰু 95.255
(v) 6789.5 আৰু 5678.989
10. মান উলিওৱা ।
(i) 6.66 – 2.22
(ii) 8.54 – 6.01
(iii) 92.6 – 38.8
(iv) 11.111 – 1.1111
(v) 436.2 – 364.123
(vi) 300.6 – 197.715
11. বিয়োগফল উলিওৱা ।
12. 3.189 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল 1.065 হ’ব ?
13. দুটা সংখ্যাৰ যোগফল 295.7 । ইয়াৰে এটা 195.625 হ’লে, আনটো সংখ্যা নিৰ্ণয় কৰা ।
14. ৰমেশে এদিন গুৱাহাটীৰ পৰা বাছেৰে 55.125 কিমি. অতিক্ৰম কৰি, বাকীখিনি খোজ কাঢ়ি আহি নিজৰ ঘৰ পালে । যদি গুৱাহাটীৰ পৰা তেওঁৰ ঘৰৰ মুঠ দূৰত্ব 60 কিমি. হয়, তেন্তে তেওঁ কিমানদূৰ বাট খোজ কাঢ়ি আহিছিল উলিওৱা ।
15. অলকাই এদিন 5.775 কিগ্ৰা. আপেল কিনি আনি তাৰে 3.125 কিগ্ৰা. আপেল কেইজনমান ল’ৰা-ছোৱালীৰ মাজত ভগাই দিলে । তেওঁৰ হাতত এতিয়া কিমান আপেল বাকী থাকিল ?
16. অমৰৰ ওজন 72.8 কিগ্ৰা. আৰু সমৰৰ ওজন 68.75 কিগ্ৰা. । কোনজনৰ ওজন বেছি আৰু কিমান বেছি নিৰ্ণয় কৰা ।
17. সৰল কৰা ।
(i) 3.4 + 5 – 6.4
(ii) 2.8 + 1.1 – 2.9
(iii) 3.28 + 1.63 – 4.9
(iv) 2.36 – 3.24 + 2.18
(v) 6.7 + 3.21 – 7.463
(vi) 48.93 – 50.5 + 10.007
(vii) 101.28 + 29.19 – 30.27
(viii) 291.6 – 414.68 + 307.198
(ix) 43.16 + 493.28 – 306 – 211.5
(x) 121.121 – 121.121 – 211.211 + 211.211
18. 3.14 আৰু 1.67 ৰ পাৰ্থক্যৰ লগত কি যোগ কৰিলে 9 হ’ব ?
19. 14.28 আৰু 11.219 ৰ যোগফলটো সিহঁতৰ পাৰ্থক্যতকৈ কিমান ডাঙৰ ?
20. 604 আৰু 504.64 ৰ পাৰ্থক্যটো সিহঁতৰ যোগফলতকৈ কিমান সৰু ?
21. জোনাকৰ লগত 120 টকা জমা আছিল । মাকে তেওঁক আৰু 225.50 টকা দিলে । আটাইখিনি টকা লৈ তেওঁ বজাৰলৈ গ’ল । বজাৰত তেওঁ 150.75 টকাৰে দাইল আৰু 78.50 টকাৰে চেনি কিনিলে । এতিয়া তেওঁৰ হাতত কিমান টকা জমা থাকিব উলিওৱা ।
Question Type By- Himadree Bora
Post ID: DABP001794