Chapter- 9
অসমৰ সত্ৰ অনুষ্ঠান
১। অসমীয়া সমাজলৈ মহাপুৰুষ শংকৰদেৱৰ এক উল্লেখযোগ্য অৱদান কি?
(ক) সত্ৰানুষ্ঠান
(খ) বিবাহ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সত্ৰানুষ্ঠান ।
২। সত্ৰৰ মুখ্য অনুষ্ঠান কি?
(ক) মছজিদ
(খ) নামঘৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নামঘৰ ।
৩। সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহক জনক কি বুলি কোৱা হয়?
(ক) ভকত
(খ) বৈষ্ণৱ
(গ) সত্ৰাধিকাৰ
উত্তৰ- (গ) সত্ৰাধিকাৰ ।
৪। শংকৰদেৱে ক’ ত প্ৰথমতে সত্ৰৰ সূত্ৰপাত কৰিছিল?
(ক) বৰদোৱাত
(খ) বৰপেটাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বৰদোৱাত ।
৫। সূত্ৰপাত শব্দৰ অৰ্থ কি?
(ক) সত্ৰৰ ভকত আদি থকা ঘৰৰ লানি
(খ) পৰাচিত
(গ) কোনো কাৰ্যৰ আৰম্ভণ বা আয়োজন
উত্তৰ- (গ) কোনো কাৰ্যৰ আৰম্ভণ বা আয়োজন ।
৬। জঞ্জাল শব্দৰ অৰ্থ কি?
(ক) হুলস্থূল
(খ) বাধা নথকা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হুলস্থূল ।
৭। জঞ্জাল শব্দৰ বিপৰীত অৰ্থ কি?
(ক) হুলস্থূল
(খ) নিজঞ্জাল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নিজঞ্জাল ।
৮। ধৰ্ম শব্দৰ বিপৰীত অৰ্থ কি?
(ক) ধৰ্মীয়
(খ) জ্ঞানী
(গ) অধৰ্ম
উত্তৰ- (গ) অধৰ্ম ।
৯। জ্ঞান শব্দৰ বিপৰীত অৰ্থ কি?
(ক) অজ্ঞান
(খ) অধৰ্ম
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অজ্ঞান ।
১০। প্ৰয়োজন শব্দৰ বিপৰীত অৰ্থ কি?
(ক) প্ৰয়োজনীয়
(খ) লাগতিয়াল
(গ) অপ্ৰয়োজন
উত্তৰ- (গ) অপ্ৰয়োজন ।
১১। সত্ৰানুষ্ঠানসমূহ কোনে অসমীয়া সমাজলৈ অৱদান হিচাপে আগবঢ়াইছিল ?
(ক) মাধৱদেৱে
(খ) শংকৰদেৱে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শংকৰদেৱে ।
১২। শংকৰদেৱে ক’ত প্ৰথম সূত্ৰৰ সূত্ৰপাত কৰিছিল ?
(ক) মাজুলীত
(খ) বৰপেটাত
(গ) বৰদোৱাত
উত্তৰ- (গ) বৰদোৱাত ।
১৩। সত্ৰ মুখ্য় অনুষ্ঠান কি ?
(ক) নামঘৰ
(খ) মন্দিৰ
(গ) সত্ৰ
উত্তৰ- (ক) নামঘৰ ।
১৪। শংকৰদেৱৰ জন্ম ক’ত হৈছিল ?
(ক) নগাওঁত
(খ) কুহঁতলিত
(গ) বৰদোৱাৰ আলিপুখুৰীত
উত্তৰ- (গ) বৰদোৱাৰ আলিপুখুৰীত ।
১৫। সত্ৰৰ মুখ্য় কাৰ্যনিৰ্বাহকজনক কি বোলা হয় ?
(ক) সত্ৰৰুৱা
(খ) সত্ৰাধিকাৰ
(গ) সত্ৰঘৰুৱা
উত্তৰ- (খ) সত্ৰাধিকাৰ ।
১৬। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ সুবিধাৰ কাৰণে কি সৃষ্টি কৰিছিল ?
(ক) কীৰ্ত্তন
(খ) ভাওনা
(গ) নাম-ঘোষা
উত্তৰ- (খ) ভাওনা ।
১৭। কোনে সমগ্ৰ অসমৰ মানুহক একতাৰ দোলেৰে বান্ধি থৈ গৈছে ?
(ক) শংকৰদেৱে
(খ) মাধৱদেৱে
(গ) লক্ষ্মীনাথ বেজবৰুৱাই
উত্তৰ- (ক) শংকৰদেৱে ।
১৮। প্ৰায়শ্চিত্ত শব্দৰ অৰ্থ কি ?
(ক) অবাধ
(খ) পৰাচিত
(গ) হুলস্থূল
উত্তৰ- (খ) পৰাচিত ।
১৯। অব্য়াহত শব্দৰ অৰ্থ কি ?
(ক) অবাধ
(খ) বাধা নথকা
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
২০। পাচনি শব্দৰ সন্ধি ভাঙিলে হ’ব ?
(ক) পচ+আনি
(খ) পাচ+অনি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পচ+আনি ।
Type by- Bikul Mandal