Chapter- 8
ঢোঁৰা কাউৰী আৰু টিপচী চৰাই
১। ঢোঁৰা কাউৰী আৰু টিপচী চৰাই মাজত কি সম্পৰ্ক আছিল?
(ক) সখি
(খ) ভাই-ভনী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সখি ।
২। বুঢ়ীজনীয়ে ৰ’দত কি মেলি দিছে?
(ক) কাপোৰ
(খ) সিজোৱা ধান
(গ) তামোল
উত্তৰ- (খ) সিজোৱা ধান ।
৩। ঢোঁৰা কাউৰী আৰু টিপচী চৰাই পাঠটোৰ ৰচক কোন?
(ক) নৱকান্ত বৰুৱা
(খ) মিত্ৰদেৱ মহন্ত
(গ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ- (গ) লক্ষ্মীনাথ বেজবৰুৱা ।
৪। এই পাঠটোৰ ৰচক জনৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৬৪ চনত
(খ) ১৯০২ চনত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৮৬৪ চনত ।
৫। তেখেতৰ ক’ত জন্ম হৈছিল?
(ক) যোৰহাটত
(খ) নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত ।
৬। তেখেতৰ পিতৃৰ নাম কি আছিল?
(ক) দীননাথ বেজবৰুৱা
(খ) ৰামনাথ বেজবৰুৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) দীননাথ বেজবৰুৱা ।
৭। তেখেতৰ মাতৃৰ নাম কি আছিল?
(ক) শান্তিপ্ৰিয়া হাজৰীকা
(খ) থানেশ্বৰী বেজবৰুৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) থানেশ্বৰী বেজবৰুৱা ।
৮। তেখেতে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?
(ক) ১৮৮২ চনত
(খ) ১৯২২ চনত
(গ) ১৮৮৬ চনত
উত্তৰ- (গ) ১৮৮৬ চনত ।
৯। তেখেতে ক’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?
(ক) কলকাতাৰ পৰা
(খ) মুম্বাইৰ পৰা
(গ) চেন্নাইৰ পৰা
উত্তৰ- (ক) কলকাতাৰ পৰা ।
১০। তেখেত কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হয়?
(ক) ১৯৯৯ চনত
(খ) ১৯২৪ চনত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ১৯২৪ চনত ।
১১। তাকৰ শব্দৰ অৰ্থ কি?
(ক) ডেউকা
(খ) আহাৰ কৰা কাম
(গ) অলপ
উত্তৰ- (গ) অলপ ।
১২। কাউৰীয়ে ম’হৰ ওচৰলৈ কিয় গৈছিল?
(ক) পানী খুজিবলৈ
(খ) শিং খুজিবলৈ
(গ) গাখীৰ খুজিবলৈ
উত্তৰ- (খ) শিং খুজিবলৈ ।
১৩। মহৰ কথা শুনি কাউৰীয়ে কাৰ ওচৰলৈ গৈছিল?
(ক) কুকুৰৰ ওচৰলৈ
(খ) সাগৰৰ ওচৰলৈ
(গ) বুঢ়ীৰ ওচৰলৈ
উত্তৰ- (ক) কুকুৰৰ ওচৰলৈ ।
১৪। কুকুৰে কি খাই ম’হ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল?
(ক) পানী খাই
(খ) গাখীৰ খাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গাখীৰ খাই ।
১৫। কাউৰীয়ে কাৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল?
(ক) ম’হৰ ওচৰলৈ
(খ) সাগৰৰ ওচৰলৈ
(গ) গাইৰ ওচৰলৈ
উত্তৰ- (গ) গাইৰ ওচৰলৈ ।
১৬। সাগৰ শব্দটোৰ সমাৰ্থক শব্দ কি?
(ক) বাৰিধি
(খ) পানী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বাৰিধি ।
১৭। ভোজন শব্দৰ অৰ্থ কি?
(ক) ডেউকা
(খ) আহাৰ কৰা কাম
(গ) অলপ
উত্তৰ- (খ) আহাৰ কৰা কাম ।
১৮। ডৌকা শব্দৰ অৰ্থ কি?
(ক) আহাৰ কৰা কাম
(খ) অলপ
(গ) ডেউকা
উত্তৰ- (গ) ডেউকা ।
১৯। লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত মৃত্যু হয়?
(ক) ১৯৩৮ চনত
(খ) ১৯২৬ চনত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৯৩৮ চনত ।
২০। তেখেতৰ কিমান তাৰিখে মৃত্যু হয়?
(ক) ৬ জানুৱাৰীত
(খ) ২৬ মাৰ্চত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ২৬ মাৰ্চত ।
Type by- Bikul Mandal