অধ্য়ায় 3
গ. সা. উ. আৰু ল.খা. গু. ( HCF and LCM
অনুশীলনী 3 (C)
1. তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ল.খা. গু. নিৰ্ণয় কৰা ।
(i) 60, 75
Solution:
(ii) 48, 96
Solution:
(iii) 30, 40, 120
Solution:
(iv) 168, 126
Solution:
(v) 140, 175
Solution:
(vi) 16, 28, 40, 60
Solution:
(vii) 144, 180, 384
Solution:
(viii) 390, 312, 234
Solution:
(ix) 1080, 648, 432
Solution:
(x) 585, 624, 507
Solution:
2. তলৰ সংখ্যাবোৰ চুটি হৰণৰ নিয়মেৰে ল. খা. গু. নিৰ্ণয় কৰা ।
(i) 36, 30
Solution:
(ii) 420 আৰু 450
Solution:
(iii) 336 আৰু 567
Solution:
(iv) 189 আৰু 168
Solution:
(v) 72, 96, 144
Solution:
(vi) 88, 66, 132
Solution:
3. 225 আৰু 180ৰ গ. সা. উ. 45 হ’লে ল. খা. গু. নিৰ্ণয় কৰা ।
Solution:
4. 192 আৰু 216ৰ ল. খা. গু. 1728 হ’লে ইহঁতৰ গ. সা. উ. নিৰ্ণয় কৰা ।
Solution:
5. দুটা সংখ্যাৰ ল. খা. গু. 1449 আৰু গ. সা. উ. 23 । যদি এটা সংখ্যা 161 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।
Solution:
6. দুটা সংখ্যাৰ গ. সা. উ. আৰু ল. খা. গু. ক্ৰমে 131 আৰু 655 । সংখ্যা দুটাৰ পূৰণফল উলিওৱা ।
Solution:
7. দুটা সংখ্যাৰ পূৰণফল 2160 আৰু সংখ্যা দুটাৰ গ. সা. উ. 12 হ’লে ইহঁতৰ ল. খা. গু. নিৰ্ণয় কৰা ।
Solution:
8. দুটা সংখ্যাৰ পূৰণফল 2560 আৰু সংখ্যা দুটাৰ ল. খা. গু. 320 হ’লে ইহঁতৰ গ. সা. উ. নিৰ্ণয় কৰা ।
Solution:
9. দুটা সংখ্যাৰ গ. সা. উ. আৰু ল. খা. গু.ৰ পূৰণফল 74958 । সংখ্যা দুটাৰ এটা 186 হ’লে আনটো নিৰ্ণয় কৰা ।
Solution:
10. দুটা পৰস্পৰ মৌলিক সংখ্যাৰ ল. খা. গু. 143 । যদি সংখ্যা দুটাৰ এটা 13 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।
Solution: