পাঠ-1সংখ্য়া (Numbers) অনুশীলনী 1 (A)
1. ভাৰতীয় পদ্ধতিত তলৰ সংখ্য়াবোৰ শব্দৰে লিখা।
(i) 5,307
Ans:
(ii) 18,006
Ans:
(iii) 3,68,509
Ans:
(iv) 14,07,613
Ans:
(v) 36,45,13,849
Ans:
(vi) 630,78,65,000
Ans:
(vii) 2140,00,13,500
Ans:
2. ভাৰতীয় পদ্ধতিত তলৰ সংখ্য়াবোৰ অংকৰে লিখা।
(i) চৈধ্য় হাজাৰ পাঁচশ তেইছ
Ans:
(ii) তিনি লাখ সাতাৱন হাজাৰ ষাঠি
Ans:
(iii) তেৱন লাখ ছয় হাজাৰ তিনিশ চল্লিছ
Ans:
(iv) বিৰানবৈ কোটি চৌৱন লাখ তেত্ৰিছ হাজাৰ ছয়সত্তৰ
Ans:
(v) পাঁচশ আঠচল্লিছ কোটি ঊনচল্লিছ হাজাৰ নশ
Ans:
(vi) দুই হাজাৰ সাত কোটি নবৈ লাখ পঞ্চাছ হাজাৰ
Ans:
4. 67325749 সংখ্য়াটোৰ ক্ষেত্ৰত
Ans:
(i) 7 দুটাৰ স্থান মানৰ পাৰ্থক্য় উলিওৱা।
Solution:
(ii) 2 ৰ নিজা মান আৰু স্থান মানৰ পাৰ্থ্য়ক উলিওৱা।
Solution:
(iii) কোনটো অংকৰ নিজা মান আৰু স্থান মান একেই হ’ব?
Solution:
5. যদি এটা সংখ্য়াত এটা অংক এবাৰহে ব্য়ৱহাৰ কৰিব পাৰি, তেন্তে
(i) 2, 3, 6 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা 3টা অংকবিশিষ্ট সংখ্য়া আটাইবোৰ লিখা।
Solution:
(ii) 0, 4, 7 অংক তিনিটাৰ সহায়ত লিখিব পৰা 3টা অংকবিশিষ্ট সংখ্য়া আটাইবোৰ লিখা।
Solution:
6. (i) 4টা অংকবিশিষ্ট এটা সংখ্য়াৰ দহকৰ স্থানৰ অংকটোৰ দুগুণ। শতকৰ স্থানৰ অংকটোৰ নিজা মান আৰু স্থান মা একে। সংখ্য়াটো কি?
Solution:
(ii) 3টা অংবিশিষ্ট এটা সংখ্য়াৰ এককৰ স্থানৰ অংকটো দহকৰ স্থানৰ অংকটোৰ দুগুণ আৰু দহকৰ স্থানৰ অংকটো শতকৰ স্থানৰ অংকটোৰ দুগুণ। এনেকুৱা সংখ্য়া কিমানটা থাকিব পাৰে আৰু কি কি?
Solution: