১। ২০১১ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে অসমত বাস কৰিছিল?
(ক) ৩.৬ শতাংশ
(খ) ২.৭ শতাংশ
(গ) ২.৬ শতাংশ
Answer: (গ) ২.৬ শতাংশ
২। অসমৰ মুঠ জনসংখ্যা কিমান লাখ?
(ক) ৩১২.০৫ লাখ
(খ) ৩৬৭.৮০ লাখ
(গ) ২৯০.৬৭ লাখ
Answer: (ক) ৩১২.০৫ লাখ
৩। ২০০১ চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যা প্ৰায় কিমান শতাংশ লোকে গাঁৱত বাস কৰিছিল?
(ক) ২৬৭ শতাংশ
(খ) ৮৭ শতাংশ
(গ) ৬৭ শতাংশ
Answer: (খ) ৮৭ শতাংশ
৪। অসমৰ আটাইকৈ বেছি জনসংখ্যা থকা জিলা খনৰ নাম?
(ক) মৰিগাঁও
(খ) নগাঁও
(গ) কামৰূপ (মেট্ৰো)
Answer: (খ) নগাঁও
৫। অসমৰ আটাইকৈ কম জনসংখ্যা থকা জিলা খনৰ নাম?
(ক) ডিমা হাছাও
(খ) কামৰূপ (মেট্ৰো)
(গ) মৰিগাঁও
Answer: (ক) ডিমা হাছাও
৬। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত কোনখন জিলা সবাতোকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত কৰা হৈছে?
(ক) ওদালগুৰি
(খ) কামৰূপ (মেট্ৰো)
(গ) মৰিগাঁও
Answer: (খ) কামৰূপ (মেট্ৰো)
৭। অসম এখন কি প্ৰধান ৰাজ্য?
(ক) নদী
(খ) পাহাৰ-পৰ্ৱত
(গ) গছ-গছনি
Answer: (ক) নদী
৮। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ চহৰ আছে ?
(ক) দুখন
(খ) সাতখন
(গ) তিনিখন
Answer: (খ) সাতখন
৯। ২০১১ চনৰ তথ্য মতে অসমত কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে ?
(ক) ছখন
(খ) পাছখন
(গ) তিনিখন
Answer: (ক) ছখন
১০। অসমৰ অৰ্থনীতি কিহৰ ওপৰত নিৰ্ভৰশীল?
(ক) উদ্যোগ
(খ) বেপাৰ-বানিজ্য
(গ) কৃষি
Answer: (গ) কৃষি
১১। অসমৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত?
(ক) ৭৮ শতাংশ
(খ) ৭৫ শতাংশ
(গ) ৬৭ শতাংশ
Answer: (খ) ৭৫ শতাংশ
১২। অসমৰ মুঠ মাটিকালি কিমান?
(ক) ৬৭,৭৯০ বৰ্গ কি.মি
(খ) ৭৮,৪৩৮ বৰ্গ কি.মি
(গ) ৮৯,৭৮৯ বৰ্গ কি.মি
Answer: (খ) ৭৮,৪৩৮ বৰ্গ কি.মি
১৩। অসমত বাস কৰা কোঁচ ৰাজবংশী লোকসকল কি জনগোষ্ঠীৰ লোক?
(ক) মংগোলীয়
(খ) ককেছীয়
(গ) নিগ্ৰইড
Answer: (ক) মংগোলীয়
১৪। অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে?
(ক) দুই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) সাত প্ৰকাৰৰ
Answer: (গ) সাত প্ৰকাৰৰ
১৫। ১৯৯১ চনত অসমত মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমীয়াভাষী আছিল?
(ক) ৬৭.৮৭ শতাংশ
(খ) ৫৭.২৯ শতাংশ
(গ) ২১.৫১ শতাংশ
Answer: (খ) ৫৭.২৯ শতাংশ
১৬। ২০১৩ বৰ্ষৰ তথ্যমতে অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ?
(ক) ৫২০৯৯.২২
(খ) ৫৬০৮৮.৭৮
(গ) ৬৩৮৯.৯৮
Answer: (ক) ৫২০৯৯.২২
১৭। সম্পদ প্ৰধানকৈ কেই প্ৰকাৰৰ?
(ক) এক প্ৰকাৰৰ
(খ) দুই প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
Answer: (খ) দুই প্ৰকাৰৰ
১৮। ভাৰতৰ্ষৰ মুঠ উৎপাদনৰ প্ৰায় কিমান শতাংশ প্ৰাকৃতিক গেছ অসমে উৎপন্ন কৰে?
(ক) ৩৫ শতাংশ
(খ) ২৬ শতাংশ
(গ) ২৫ শতাংশ
Answer: (গ) ২৫ শতাংশ
১৯। অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত মুঠ কিমান লাখ হেক্টৰ মটিৰ খেটি কৰা হৈছিল?
(ক) ২৮.১১ লাখ
(খ) ২৯.৯৮ লাখ
(গ) ৩৫.৭৮ লাখ
Answer: (ক) ২৮.১১ লাখ
২০। অসমৰ উদ্যোগবোৰক কেই প্ৰকাৰে ভাগ কৰিব পৰি?
(ক) দুই প্ৰকাৰ
(খ) পাঁচ প্ৰকাৰ
(গ) সাত প্ৰকাৰ
Answer: (খ) পাঁচ প্ৰকাৰ