অধ্য়ায় -7
অনুশীলনী – 7(C)
1. তলৰ বৰ্গ সংখ্য়াবোৰৰ এককৰ স্থানত সাম্ভাৱ্য় অংকবোৰ লিখা ঃ
i) 24649 ii) 64009 iii) 26,896 iv) 16641 v) 55225
2. i) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানত 1 থাকিব ?
4096, 6400, 99856, 44521
ii) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানত 2 থাকিব?
85,849, 9216, 96,864, 99801
iii) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানত 3 থাকিব ?
23,409, 229441, 265225
iv) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানত 4 থাকিব ?
9025, 15376, 336400, 4020025
v) তলৰ কোনতো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানত 6 থাকিব ?
44521, 390625, 55694, 259081
vi) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানৰ অংক 7
থাকিব ?
53361, 99856, 27889, 47238129
vii) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানৰ অংক 8 থাকিব ?
7056, 43264, 15876, 12595401
viii) তলৰ কোনটো সংখ্য়াৰ বৰ্গমূলৰ এককৰ স্থানৰ অংক 9 থাকিব ?
30625, 389376, 22201, 559653649
3. তলৰ সংখ্য়াবোৰৰ বৰ্গমূলৰ শেষৰফালে কিমানটা শূন্য় থাকিব লিখা ঃ
i) 2250000 ii) 52900 iii) 9000000
4. তলৰ কোনটো সংখ্য়াৰ বৰ্গমূল যুগ্ম আৰু কোনবোৰ সংখ্য়াৰ বৰ্গমূল অযুগ্ম ?
i) 54289 ii) 49,284 iii) 15376
iv) 18496 v) 13689 vi) 12321
5. তলৰ বৰ্গ সংখ্য়াবোৰৰ বৰ্গমূলবোৰ মুঠতে কেইটা অংকৰে গঠিত হ’ব নিৰ্ণয় কৰা:
i) 4 ii) 64 iii) 189
iv) 9604 v) 14641 vi) 998001
vii) 1002001 viii) 42,667,024 ix) 152399025
6. অযুগ্ম সংখ্য়াৰ বিয়োগৰ সহায়ত তলৰ সংখ্য়াবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা:
i) 100 ii) 121 iii) 144
iv) 169 v) 196
7. মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্য়াবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা:
i) 784 ii)900 iii) 2916
iv) 1764 v) 2025
8. তলৰ সংখ্য়াবোৰৰ ধনাত্মক বৰ্গমূল উলিওৱা :
i) 576 ii) 1089 iii) 2304
iv) 676 v) 5625
9. মান উলিওৱা :
10. হৰণ পদ্ধতিৰে তলৰ সংখ্য়াবোৰৰ ধনাত্মক বৰ্হমূল নিৰ্ণয় কৰা :
i) 841 ii) 1225 iii) 1296
iv) 53361 v) 127449
11. তলৰ দশমিক সংখ্য়াবোৰৰ ধনাক্মক বৰ্গমূল উলিওৱা :
i) 13.69 ii) 141.61 iii) 453.69
iv) 2830.24 v) 2256.25
12. এটা বৰ্গৰ কালি 590.49 বৰ্গ ছেমি. হ’লে ইয়াৰ বাহুৰ দীঘ নিৰ্ণয় কৰা।
13. এটা কোঠাত মুঠতে 169 জন ছৈত্ৰ-ছাত্ৰী আছিল। ছাত্ৰ- ছাত্ৰীকেইজনক এনেদৰে শাৰীত থিয় হ’বলৈ কোৱা হ’ল যাতে শাৰীৰ সংখ্য়া যিমান, প্ৰতিটো শাৰীতে সিমানজনকৈ ছাত্ৰ-ছাত্ৰী থাকে। তেওঁলোকে গঠন কৰা শাৰীৰ সংখ্য়া উলিওৱা।
14. এখন তামোলৰ বাৰীত শাৰী শাৰীকৈ তামোলৰ গছবোৰ আছে। বাৰীখনত তামোলৰ শাৰী যিমান, প্ৰতিটো শাৰীত থকা তামোলৰ গছৰ সংখ্য়াও নিৰ্ণয় কৰা।
Type – Rajashree Bora