ভক্ত পহ্লাদ
Chapter 5
১. নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
(ক) ৪টা
(খ) ৫টা
(গ) ৬টা
উত্তৰঃ- (খ) ৫টা
২. প্ৰহ্লাডৰ পিতৃৰ নাম কি?
(ক) হিৰণ্যকশিপুৰ
(খ) ষণ্ডামৰ্ক
(গ) চন্তৰীদ্বয়
উত্তৰঃ- (ক) হিৰণ্যকশিপুৰ
৩. হিৰণ্যশিপুৰ ভাতৃৰ নাম কি?
(ক) ষণ্ডামৰ্ক
(খ) পহ্লাদ
(গ) হিৰণাক্ষ্য
উত্তৰঃ- (গ) হিৰণাক্ষ্য
৪. হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?
(ক) ভক্তি কৰছিল কিন্তু কম কৰিছিল
(খ) অকনো ভক্তি নাছিল
(গ) একান্ত ভক্তি আছিল
উত্তৰঃ- (গ) একান্ত ভক্তি আছিল
৫. প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?
(ক) শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল
(খ) শুক্ৰচাৰ্য এজন পুত্ৰক পঠিয়াইছিল
(গ) পঠোয়াই নাছিল
উত্তৰঃ- (ক) শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল
৬. ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?
(ক) ভগৱান বিষ্ণুক কৈছে
(খ) হিৰণ্যশিপুৰক কৈছে
(গ) ভগৱান শিৱক কৈছে
উত্তৰঃ- (ক) ভগৱান বিষ্ণুক কৈছে
৭. স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
(ক) মানুহ
(খ)নৰসিংহ
(গ) সিংহ
উত্তৰঃ- (খ)নৰসিংহ
৮. অসুৰৰ শাস্ত্ৰশনৰ নাম কি?
(ক) ভক্তি
(খ) বামানয়
(গ) অসুৰ
উত্তৰঃ- (খ) বামানয়
৯. যাৰ সাহস আছে এটা শব্দত প্ৰকাশ কৰা
(ক) সাহসী
(খ) দুৰ্বল
(গ) ভয়াতুৰ
উত্তৰঃ- (ক) সাহসী
১০. যি ঈশ্বৰক বিশ্বাস কৰে এটা শব্দত প্ৰকাশ কৰা
(ক) আস্তিক
(খ) পৰবিস্বাসী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ- (ক) আস্তিক
১১. যি বিষ্ণুক উপাখনা কৰে?
(ক) মিছঁলিয়া
(খ) ভক্ত
(গ) বৈষ্ণৱ
উত্তৰঃ- (গ) বৈষ্ণৱ
১২. একে মাকৰ সন্তান
(ক) সহোদৰ
(খ) দুটা সন্তান
(গ) কহুদি
উত্তৰঃ- (ক) সহোদৰ
১৩. যি সঁচা কথা কয়
(ক) মিছলীয়া
(খ) সত্যবাদী
(গ) অস্তিক
উত্তৰঃ- (খ) সত্যবাদী
১৪. যাক দেখা নাযায়
(ক) লুকাই থকা
(খ) দেখা নোপোৱা
(গ) অদৃশ্য
উত্তৰঃ- (গ) অদৃশ্য
১৫. কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ এই কথাষাৰ কোনে কাক কৈছিল?
(ক) মহাৰাণীয়ে প্ৰহ্লাদক কৈছিল
(খ) ষণ্ডামৰ্কয়ে হৰিক কৈছিল
(গ) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল
উত্তৰঃ- (গ) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল
১৬. ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?
(ক) হিৰণ্য়কশিপু
(খ) দৈত্য়গুৰু শুক্ৰাচাৰ্য
(গ) বিষ্ণু
উত্তৰঃ- (খ) দৈত্য়গুৰু শুক্ৰাচাৰ্য
১৭. বিষ্ণৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?
(ক) ৭টা
(খ) ৯টা
(গ) ১০টা
উত্তৰঃ- (গ) ১০টা
১৮. বামানয় শাস্ত্ৰ কি?
(ক) বেদ-বিৰুদ্ধে
(খ) মানুহৰ-বিৰুদ্ধে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ- (ক) বেদ-বিৰুদ্ধে
১৯. ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব পাৰিলেনে?
(ক) পাৰিলে
(খ) নোৱাৰিলে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ- (খ) নোৱাৰিলে
২০. ত্ৰিভুৱন মানে কি?
(ক) তিনিটা মানুহৰ নাম
(খ) তিনি ভুৱনৰ সমাহাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ- (খ) তিনি ভুৱনৰ সমাহাৰ