মিলন
H.S. পৰীক্ষাত অহা প্রশ্নসমূহঃ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি ? [HS ‘17]
২। কিমান চনত নলিনীবালা দেৱীয়ে ‘পদ্মশ্রী‘ উপাধি লাভ কৰিছিল ? [HS’18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। ‘মিলন‘ কবিতাটিত কোনে কাৰ লগত মিলন হোৱাৰ বাসনা প্ৰকাশ কৰিছে? [HS ‘17]
২। নলিনীবালা দেৱীৰ জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা ৷[HS ‘18]
৩। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্ৰকাশ পাইছে, ‘মিলন‘ কবিতাটিৰ আধাৰত আলোচনা কৰা । [HS ‘18]
Type: Himashree Bora