বৰগীত (উঠৰে উঠ বাপু)
H.S. পৰীক্ষাত অহা প্রশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছে? [HS ‘17]
২। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ? [HS ‘18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। বৰগীত কাক বোলে ? ইয়াৰ বিষয়বস্তুৰ ভাগ কি কি উল্লেখ কৰা । [HS ‘17]
২। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? [HS ‘17]
৩। বৰগীত কাক বোলে ? [HS ‘18]
Type: Himashree Bora.