বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰে
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক ঃ ১
১। বিজ্ঞান কি? [HS ‘12]
২। দাঁতৰ পোকবোৰ প্ৰকৃততে কি? [HS ‘13,15]
৩। বসন্তৰোগ কিহৰ পৰা সৃষ্টি হয়।[HS ‘14,16]
৪। “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ শীৰ্ষক পাঠটি ক’ৰ পৰা লোৱা হৈছে? [HS ‘17]
(খ) চমু প্রশ্নাবলী: মূল্যাংক: ২/৩
১। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? [HS ‘12, 18]
২। ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ৷ [HS ‘13]
৩। বিশুদ্ধ খোৱাপানীৰ অভাৱত হ’ব পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা ৷ [HS ‘14]
৪। ‘বিজ্ঞান’ বুলিলে বুজায় ? [HS ‘15]
৫। বিশুদ্ধ খোৱাপানীৰ অভাৱত মূলত : কেনে ধৰণৰ ৰোগ হ’ব পাৰে ? [HS ‘16]
৬। বিজ্ঞানীৰ কাম কি ? [HS ‘17]
৭। ‘পদাৰ্থ কণা-ত্বৰক কাক বোলে ? [HS ‘18]
(গ) ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : ৪/৫
১। আমি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰোঁ, চমুকৈ লিখা ।[HS ‘13, 15]
২। সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে? [HS ‘17]
৩। বৈজ্ঞানিক মানসিতকা কেনেদৰে গঢ়িব পাৰোঁ— বুজাই লিখা । [HS ‘17]
৪। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। [HS’18]
Type: Himashree Bora.