অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্ৰশ্নাৱলী : মূল্যাংক : ১
১। প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল ? [HS ‘17]
২। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নিৰ্মাণ কৰিছিল ? [HS ‘18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা— এৰাবাটৰ সুৰ, ডা° বেজবৰুৱা। [HS ’17]
২। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা ।[HS ‘18]
(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী : মূল্যাংক : ৪/৫
১। ভবেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্ৰ শিল্পলৈ আগবঢ়োৱা অৱদান সম্পর্কে আলোচনা কৰা ৷[HS ‘17]
২। অসমীয়া চলচ্চিত্র শিল্পলৈ ড° ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে লিখা । [HS ‘18]
Type: Himashree Bora.