চিঠি
H.S. পৰীক্ষাত অহা প্রশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। শীলভদ্ৰৰ প্ৰকৃত নামটো কি ? [HS ‘17]
২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে ? [HS ‘18]
(ক) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। প্রশান্ত শৰ্মালৈ বাল্যবন্ধু ভূদেৱ চৌধুৰীয়ে কিয় চিঠি লিখিছিল ? [HS ‘17]
২। শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা ৷[HS ’18]
Type: Himashree Bora.