আনন্দৰাম বৰুৱা
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? [HS’12‘,18]
২। আনন্দৰাম বৰুৱাই ‘কামৰূপৰ ভাওনা‘ৰ কথা ক‘ত উল্লেখকৰিছে ? [HS ‘13,16]
৩। মানুহৰ সাৰ বস্তু কি? [HS’14]
৪। আনন্দৰাম বৰুৱাই ল‘ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন কি আছিল ?
[HS ‘15]
৫। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনিৰ নাম কি ? [HS ‘17]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। প্রকৃত মহৎ লোকসকলে দেশ – কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে? [HS ‘12]
২। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ? [HS ‘13]
৩।উপেন্দ্রচন্দ্র লেখাৰুৱে কি কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল? [HS’ 13]
৪। ক‘ত কত শিক্ষালাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল ? [HS 14]
৫। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? [HS’15]
৬। কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল ? [HS’16]
৭। কেনেধৰণে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লভিছিল? [HS ‘17]
৮। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ‘সম্পাদিত গ্ৰন্থ‘ দুখনৰ নাম লিখা । [HS ‘18]
(গ) ৰচনাধৰ্মী প্রশ্নাৱলী: মূল্যাংক: ৪/৫
১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল ? [HS ‘14]
২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? [HS ‘15,18]
৩। আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম’— চমুকৈ আলোচনা কৰা । [HS ‘16]
৪। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। [HS ‘17]
Type: Himashree Bora.