মগনিয়াৰ
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? [HS ‘12]
২। অসমীয়া ভাষাৰ প্ৰথমগৰাকী ‘কথা কবিতা’ ৰচক কোন ? [HS ‘13, 16]
(খ) যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা-কবিতাৰ পুথিখনৰ নাম কি ? [HS ‘14, ‘17]
৪। ‘ওমৰ তীথ‘ কাব্যপুথিৰ মূল কি? [HS ‘15,18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। ‘মগনিয়াৰ’ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া ৷ [HS ‘12,16]
২। ডঃ বাণীকান্ত কাকতিয়ে দুৱৰাৰ ‘কথা কবিতা‘ৰ বিষয়ে কি মন্তব্য কৰিছিল? [HS ‘12]
৩। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? [HS ‘13,15]
৪। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা । [HS ‘14, ‘17]
৫। যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা-কবিতাটো কোনগৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে? [HS ‘15]
৬। কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা। [HS ‘18]
(গ) ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : ৪/৫
১। “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।‘— কোনে, কি প্ৰসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা। [HS ‘13]
২। কথা-কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। [HS ‘14]
৩। “কি হ‘ল একো কথা নাহ — ইয়াৰ কাৰণে অশেষ
ধন্যবাদ — ইও যে এটা দান।” কথাষাৰ কোনে কি
প্রসঙ্গত কৈছিল ? কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা। [HS ‘17]
Type: Himashree Bora.