গোট-৩
অৰুনিমা সিনহা
A. অতি চমু প্ৰশ্নাৱলী ঃ
মূল্য়াংকঃ ১ নম্বৰকৈ
১। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ? [HSLC’20]
B. চমু প্ৰশ্নাৱলী –
মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। একোগৰাকী ব্য়ক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। – কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা । [HSLC’20]
২। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য় হৈছিল ? [HSLC’20]
Type by- Bikul Mandal