গোট-২
ইণ্টাৰনেটৰ তিতা-মিঠা
A. অতি চমু প্ৰশ্নাৱলী ঃ
মূল্য়াংকঃ ১ নম্বৰকৈ
১। ইণ্টাৰনেটত সঘনাই ব্য়ৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে ? [HSLC’]
B. চমু প্ৰশ্নাৱলী ঃ
মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰি ? [HSLC’20]
২। ” ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।” কথাষাৰৰ বক্তা কোন ? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা । [HSLC’20]
Type by- Bikul Mandal