গোট-৩
পাৰস্য়ত এভুমুকি
A. অতি চমু প্ৰশ্নাৱলীঃ
মূল্য়াংকঃ ১ নম্বৰকৈ
১। ইৰাণৰ ৰাজধানীৰ নাম কি ? [HSLC’16]
২। ‘তটৰেখা’ কি ? [HSLC’17]
৩। পোনতে ইৰাণৰ পাৰমানৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল ? [HSLC’18]
৪। ইৰাণৰ ইছলামিক গণন্ত্ৰৰ প্ৰতিষ্ঠা কোন ? [HSLC’19,20]
B. চমু প্ৰশ্নাৱলীঃ
মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া । [HSLC’16]
২। শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া । [HSLC’16]
৩। পাৰস্য়ৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল । লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল ? [HSLC’17]
৪। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে ? [HSLC’17]
৫। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিত সহায়ত লিখা । [HSLC’18]
৬। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিযষয়ে লিখা । [HSLC’18]
৭। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল ? [HSLC’19]
৮। তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি ? [HSLC’19]
৯। টেহৰাণৰ প্ৰাকৃতিক ইৱস্থা কেলেকুৱা লিখা । [HSLC’20]
Type by- Bikul Mandal