বৰগীত ৰাগ-বসন্ত
গোট-৪
A. অতি চমু প্ৰশ্নাৱলী ঃ মূল্য়াংক ঃ ১ নম্বৰকৈ
১। তোমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে ? [HSLC’16,19]
২। তোমাৰ পাট্য়ক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ ? [HSLC’17]
৩। মাধৱদেবৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি ? [HSLC’18]
৪। সনক সনন্দ যোগী যাহাকু ধিয়ায়। – সনক, সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে ? [HSLC’20]
B. চমু প্ৰশ্নাৱলীঃ মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা । [HSLC’16]
২। চমুটোকা লিখাঃ ব্ৰজাৱলী ভাষা [HSLC’16,17]
৩। “…….. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ” __ কবিয়ে জীৱনে মৰনে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ? [HSLC’17]
৪। বৰগীতৰ লক্ষণসমূহ কি কি ? [HSLC’18]
৫। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা । [HSLC’18]
৬। মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি ? [HSLC’19]
৭। সনক সনন্দজ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নাপায় __ ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে ? [HSLC’19]
৮। কবি মাধৱদেৱৰ সাহিত্য়িক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা । [HSLC’20]
C. ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ মূল্য়াংকঃ ৪/৫
১। ব্য়াখ্য়া কৰাঃ
তোমাৰ চৰণ দুই মোৰ মহা ধন ।
ভকত জনেৰ নিজ তুমি সে জীৱন ।।
Type by- Bikul Mandal