গোট-৫ (ক) প্ৰশস্তি
A. অতি চমু প্ৰশ্নাৱলী ঃ মূল্য়াংকঃ ১ নম্বৰকৈ
১। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম- পুৰিমল যচা বুলি কবিয়ে কৈছে ? [HSLC’20]
B. চমু প্ৰশ্নাৱলী ঃ মূল্য়াংক ঃ ২/৩ নম্বৰকৈ
১। উঠা হে ঋত্বিত ধ্য়ানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহবান জনাইছে বুজাই লিখা । [HSLC’20]
C. ৰটনাধৰ্মী প্ৰশ্নাৱলী ঃ মূল্য়াংকঃ ২/৩ নম্বৰকৈ
১। প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা । [HSLC’20
Type by- Bikul Mandal