অধ্য়ায়-৩২ ৰ পৰা ৩৩ লৈ
১। গন্ধৰ্বৰ হাতৰপৰা দুৰ্যোধনক কোনে মোকলাই নিছিল? পাণ্ডৱ আৰু গন্ধৰ্বসকলৰ মাজত কিয় ৰণ লাগিছিল?
উত্তৰঃ
২। দুৰ্বাসা মুনিয়ে কাৰ কথামতে যুধিষ্ঠিৰৰ ঘৰত উপস্থিত হৈছিল?
উত্তৰঃ
৩। দুৰ্বাসা মুনি তথা তেওঁৰ সংগীসকলে যুধিষ্ঠিৰৰ গৃহত খাদ্য় গ্ৰহণ নকৰাকৈ কিয় আঁতৰি গ’ল?
উত্তৰঃ