Lesson 18
উত্তৰ-পূব ভাৰতৰ ভূগোল
১ । উত্তৰ লিখাঃ
( ক ) উত্তৰ-পূব ভাৰতৰ অৱস্থিতি লিখা ।
উত্তৰঃ
( খ ) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা লিখা ।
উত্তৰঃ
( গ ) কি কি ৰাজ্যৰে উত্তৰ – পূব ভাৰত গঠিত ?
উত্তৰঃ
( ঘ ) উত্তৰ – পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্র কেইখনৰ নাম লিখ ।
উত্তৰঃ
(১) ভূটান
(২) চীন
(৩) ম্যানমাৰ আৰু
(৪) বাংলাদেশ
( ঙ ) অসমৰ সমভূমিৰ মাজেৰে বৈ যােৱা নদী দুখনৰ নাম লিখা ।
উত্তৰঃ
২। খালী ঠাই পূৰ কৰাঃ
( ক ) উত্তৰ-পূব ভাৰতৰ কেৱল অসম ৰাজ্যই ভাৰতৰ লগত সংযােগ হৈ আছে ।
( খ ) অৰুণাচল প্রদেশৰ সর্বোচ্চ শৃংগটোৰ নাম নামচা বাওৰা।
( গ ) নগালেণ্ডৰ পূব সীমাত পাটকাই পর্বত আছে ।
( ঘ ) অসমৰ শুৱালকুছি বয়ন শিল্পৰ বাৰে বিখ্যাত ।
( ঙ ) ঝুম কৃষিক স্থানান্তৰিত কৃষি বুলিও কোৱা হয় ।
৩। উত্তৰ – পূব ভাৰতৰ কৃষিৰ বিষয়ে লিখা ।
উত্তৰঃ
৪। উত্তৰ-পূব ভাৰত উদ্যোগৰ ক্ষেত্ৰত কিয় পিছপৰা ?
উত্তৰঃ
Bhagyasri Hazarika