১। উত্তৰ লিখা :
ক ) ভূগৰ্ভত থকা গলিত পদার্থক কি বুলি কোৱা হয় ?
উত্তৰঃ
( খ ) ছিয়াল স্তৰটো কি কি পদার্থৰে গঠিত ?
উত্তৰঃ
( গ ) লাে আৰু নিকেলেৰে গঠিত স্তৰটোক কি নামেৰে জনা যায় ?
উত্তৰঃ লো আৰু নিকেলেৰে গকিমান শতাংশ ঠাই আগুৰি আছে ।
উত্তৰঃ
- খালী ঠাই পূৰ কৰাঁ :
( ক ) ভূত্বকতে মহাদেশ আৰু মহাসাগৰ আছে ।
( খ ) ছিমা স্তৰটো ছিলিকা আৰু গধুৰ উপাদানেৰে গঠিত ।
৩। ভূত্বক বুলিলে কি বুজা ?
উত্তৰঃ
৪। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ ছবি আঁকি দেখুওৱাঁ ।
৫। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ বিষয়ে লিখা ।
উত্তৰঃ
ছিমা স্তৰঃ
নিফে স্তৰঃ